ETV Bharat / city

স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদত অচল বৰাক উপত্যকাৰ স্বাস্থ্য সেৱা - এন আৰ এইচ এম

বিশ্বজুৰি কৰ‘ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ এই সন্ধিক্ষণত চিকিৎসক-স্বাস্থ্যকৰ্মী সকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক'ভিড-19ত আক্ৰান্ত ৰোগীৰ সুশ্ৰষাত ব্যস্ত হৈ পৰিছে ৷ কৰ‘ণা ৰোগীৰ সংস্পৰ্শলৈ আহি মৃত্যুমুখতো পৰিবলগীয়া হৈছে বহু চিকিৎসক-স্বাস্থ্যকৰ্মীয়ে ৷

silchar-nrhm-workers-protest
বৰাক উপত্যকাত আন্দোলত নামি পৰিছে স্বাস্থকৰ্মী
author img

By

Published : Aug 22, 2020, 7:23 PM IST

কাছাৰ,22 আগষ্ট : বিশ্বজুৰি কৰ‘ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ এই সন্ধিক্ষণত চিকিৎসক-স্বাস্থ্যকৰ্মী সকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক'ভিড-19ত আক্ৰান্ত ৰোগীৰ সুশ্ৰষাত ব্যস্ত হৈ পৰিছে ৷ কৰ‘ণা ৰোগীৰ সংস্পৰ্শলৈ আহি মৃত্যুমুখতো পৰিবলগীয়া হৈছে বহু চিকিৎসক-স্বাস্থ্যকৰ্মীয়ে ৷

কিন্তু তেনে এক জটিল সময়তো বৰাক উপত্যকাত আন্দোলত নামি পৰিছে স্বাস্থকৰ্মী সকল ৷ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে এন আৰ এইচ এমৰ কৰ্মীসকল ৷ দীৰ্ঘদিন ধৰি ঠিকাভিত্তিক ভাৱে চাকৰি কৰি থকা এইসকল এন আৰ এইচ এমৰ কৰ্মীয়ে কৰ‘ণা মহামাৰীৰ সময়তো নিজৰ কৰ্তব্য় পালন কৰি গৈছে যদিও আজিকোপতি চৰকাৰে এইসকল লোকৰ চাকৰী নিয়মীয়াকৰণ কৰিবলৈ কোনো এটা পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্বাস্থ্যকৰ্মী সকলে ৷ যাৰ বাবেই তেওঁলোকে বৰাকত 24 ঘণ্টীয়া কৰ্মবিৰতি ঘোষণা কৰিছে ৷

বৰাক উপত্যকাত আন্দোলত নামি পৰিছে স্বাস্থকৰ্মী

অতি সোনকালে চৰকাৰ তথা স্বাস্থ্য বিভাগে তেওঁলোকৰ সমস্যা সমূহ সমাধান নকৰিলে আন্দোলন অধিক তীব্ৰতৰ কৰি তুলিব বুলিও স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : তেজপুৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.