ETV Bharat / city

শিলচৰত নিশা যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ - শিলচৰ

দৈনিক কামৰ পৰা ঘৰমুৱা হোৱাৰ সময়ত শিলচৰ বিগ বাজাৰৰ ওচৰত এদল যুৱকে আক্তাৰক ঘেৰাও কৰি আক্ৰমণ চলায় ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন ৷ অৱশ্যে আক্তাৰ হুছেইনে শিলচৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে যদিও যুৱকৰ দলটোৱে কি কাৰণত আক্ৰমণ চলাইছিল সেই সম্পৰ্কে এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই  ৷

শিলচৰত নিশা যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ
author img

By

Published : Apr 27, 2019, 12:40 PM IST

শিলচৰ,26এপ্ৰিল: শিলচৰত নিশা উদণ্ড যুৱকৰ আক্ৰমণ বলি হ'ল এজন যুৱক ৷ শুকুৰবাৰে নিশা কামৰ পৰা ঘৰলৈ উভতাৰ পথত দুৰ্বৃত্তৰ হাতত আক্ৰমণৰ বলি হয় আক্তাৰ হুছেইন নামৰ যুৱকজন ৷

শিলচৰত নিশা যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ

ঘটনা অনুসৰি শুকুৰবাৰে আক্তাৰ হুছেইনে দৈনিক কামৰ পৰা ঘৰমুৱা হোৱাৰ সময়ত শিলচৰ বিগ বাজাৰৰ ওচৰত এদল যুৱকে আক্তাৰক ঘেৰাও কৰি আক্ৰমণ চলায় ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন ৷ অৱশ্যে আক্তাৰ হুছেইনে শিলচৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে যদিও যুৱকৰ দলটোৱে কি কাৰণত আক্ৰমণ চলাইছিল সেই সম্পৰ্কে এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই ৷

Silchar Breaking
কামৰ পৰা ঘৰত উৱতি যোৱাৰ সময় এদল দুষ্কৃতিৰ হাতত আক্ৰমণ হৈ আক্ৰান্ত আক্তাৰ হুচেন নামৰ এক যুবক ৷ ঘটনাটো শিলচৰৰ ৷ যোৱা নিশা শিলচৰ বিগবাজাৰৰ উচৰত সংগঠিত এ ঘটনা ৷ আক্তাৰ হুচেনৰ অভিযোগ , তেওঁ এটা পাঞ্জাৱীৰ দোকানত কাম কৰে ৷ প্ৰতিদিনাৰ ন্যায় যোৱা নিশা ও তেওঁ তেওঁৰ নিজৰ কাম শেষ কৰি ঘৰৰ উদ্দেশ্য ৰুয়ানা হয় ৷ শিলচৰ বিগ বাজাৰৰ উচৰত যোৱাৰ পিচত এদল যুবকে আক্তাৰক ঘেৰাও কৰে ৷ ঘেৰাও কৰি তাৰ নাম কি কই সোধাপোচা শুৰু কৰে ৷   আক্তাৰে তেওঁৰ নিজৰ নাম কয়াৰ পিচত আক্তাৰৰ উপৰত আক্ৰমণ শুৰু কৰে দুষ্কৃতি সকলে ৷ আক্ৰমণৰ পলত গুৰুতৰ বাবে আহত হয় আক্তাৰ হুচেন ৷ এ বিষয় লৈ শিলচৰ সদৰ থানাত এখন গোচৰ ও ৰুজু কৰি আক্তাৰ হুচেনে ৷ আক্তাৰৰ ঘৰ সোনাবাৰিঘাটত ৷ 

উল্লেখ শিলচৰত এনে ঘটনা বহুবাৰ সংগঠিত হৈছে ৷ কিন্তু আৰক্ষীয়ে তাৰ বাবে কোনো কটুৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷
Footage Ftp 
Slag Silchar incident
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.