ETV Bharat / city

লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কাছাৰ প্ৰশাসনৰ বিশেষ ৱেবচাইট - কাছাৰ জিলা প্ৰশাসনে মুকলি কৰিলে Cachar.gov.in চাইট

কাছাৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে তথা নানান সমস্যাৰ সন্মুখীন হোৱা লোকৰ বাবে মুকলি কৰা হৈছে এইটো চাইট ।

assam silchar dc barnali sharma launched new site
assam silchar dc barnali sharma launched new siteassam silchar dc barnali sharma launched new site
author img

By

Published : Apr 23, 2020, 3:38 PM IST

কাছাৰ, ২৩ এপ্ৰিলঃ দেশত দ্বিতীয়টো লক ডাউন চলি থকাৰ মাজতেই কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা মুকলি কৰা হৈছে চাইট । Cachar.gov.in নামৰ এই লিংকৰ জৰিয়তে জিলাখনৰ যি কোনো ব্যক্তিয়ে লক ডাউন আইন ভংগ কৰিলে বা অন্যান্য কোনো সমস্যাৰ সন্মুখীন হ'লে শীঘ্ৰেই এই লিংকৰ জৰিয়তে জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ কৰিবলৈ সক্ষম হ'ব । এই লিংকটোৰ জৰিয়তে যিকোনো সমস্যা,অসুবিধা অথবা অনিয়ম দুৰ্নীতি প্ৰসংগতো প্ৰশাসনৰ সহায় ল'ব পাৰিব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত বৰ্ণালী শৰ্মাই ।

কাছাৰ জিলা প্ৰশাসনৰ নতুন চাইট মুকলি

বৰ্তমানলৈকে অসমত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৩৫ জন । ইয়াৰে কাছাৰ জিলাত ১ জন লোকৰ দেহত ধৰা পৰিছিল এই ভাইৰাছৰ অৱস্থিতি । বৰ্তমান লোকজন আৰোগ্য হ'বলৈ সক্ষম হৈছে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.