ETV Bharat / state

নলবাৰীৰ অসম গণ পৰিষদৰ তৃণমূল কৰ্মীৰ CAA বিৰোধী অৱস্থান ধৰ্মঘট

author img

By

Published : Jan 4, 2020, 4:58 PM IST

Updated : Jan 4, 2020, 10:21 PM IST

কাৰাৰুদ্ধ আন্দোলনকাৰীক মুক্তিৰ দাবীত প্ৰতিবাদ
কাৰাৰুদ্ধ আন্দোলনকাৰীক মুক্তিৰ দাবীত প্ৰতিবাদ

Intro:নলবাৰীৰ অসম গণ পৰিষদৰ কাৰ্য্যলয়ত তৃণমূল কৰ্মীৰ অৱস্থান ধৰ্মঘট।Body:নলবাৰীৰ অগপৰ মুখ্য কাৰ্য্য লয়ৰ সন্মুখত শতাধিক তৃণমূল কৰ্মী য়ে কা বাতিলৰ দাৱীত আৰু তিনি মন্ত্ৰী অতুল,ফণী,কেশৱ মহন্ত আৰু ৰাজ্য সভাৰ সাংসদ বীৰেণ বৈশ্যৰ পদত্যাগৰ দাৱীত ১১ বজাৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্য্য সূচী ৰূপায়ণ কৰে।আনহাতে কা সমৰ্থন কৰা কাৰ্য্যক তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ধিক্কাৰ দিয়ে।ইফালে ভবিষ্যতে ৰাইজে উচিত প্ৰত্যুত্বৰ দিৱ বুলি সকীয়াই দিয়ে নলবাৰীৰ অগপৰ তৃণমূল কৰ্মীয়ে।এই কাৰ্য্য সূচীত নলবাৰীৰ অগপৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে।Conclusion:বাইট নৃপাল বৰ্মন ।
নগেন ডেকা।

কৈলাস ডেকা, নলবাৰী।
Last Updated : Jan 4, 2020, 10:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.