সাংসদ নৱ কুমাৰ শৰনীয়াৰে ইটিভি ভাৰতৰআছুতীয়া সাক্ষাৎকাৰ-
* বিটিচিৰ সকলো ইচ্ছু আমি সমাধান কৰিবলৈ সক্ষম হৈছো
* প্ৰমিলা ৰাণী ব্ৰহ্মক শক্তিশালী বুলি মই নাভাবো
* এগৰাকী সাংসদ ৰূপে 100 শতাংশই সফল বুলি নিজকে ভাবো
* এইবাৰৰ লোকসভা নিৰ্বাচনত সাত লক্ষ্যাধিক ভোট পোৱাৰ আশা