নগাঁও, 3মে’: নগাঁৱত যুৱ কংগ্ৰেছ আৰু এনএছইউআইৰ অৱস্থান ধৰ্মঘট কৰ্যসূচী ৷ বুধবাৰে চামগুৰিৰ বৰমা বজাৰত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদাৰ গাড়ীত কৰা আক্ৰমণৰ লগত জড়িত থকা ব্যক্তিকেইগৰাকীক গ্ৰেপ্তাৰৰ দাবীত সংগঠন দুটাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ আক্ৰমণটোত একাংশ বিজেপি কৰ্মী জড়িত থকাৰ অভিযোগ তুলি, বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয় যদিও আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে নগাওঁ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে এনএছইউআই আৰু যুৱ কংগ্ৰেছে ।
আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত অৱস্থান ধৰ্মঘট - yuba congress
চামগুৰিত মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদাৰ বাহনত কৰা আক্ৰমণৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ এনএছইউআই আৰু যুৱ কংগ্ৰেছৰ ৷ সোমবাৰে নগাওঁ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন দুটাই ৷
নগাঁও, 3মে’: নগাঁৱত যুৱ কংগ্ৰেছ আৰু এনএছইউআইৰ অৱস্থান ধৰ্মঘট কৰ্যসূচী ৷ বুধবাৰে চামগুৰিৰ বৰমা বজাৰত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদাৰ গাড়ীত কৰা আক্ৰমণৰ লগত জড়িত থকা ব্যক্তিকেইগৰাকীক গ্ৰেপ্তাৰৰ দাবীত সংগঠন দুটাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ আক্ৰমণটোত একাংশ বিজেপি কৰ্মী জড়িত থকাৰ অভিযোগ তুলি, বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয় যদিও আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে নগাওঁ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে এনএছইউআই আৰু যুৱ কংগ্ৰেছে ।
Body:যোৱা বুধবাৰে চামগুৰিৰ বৰমা বজাৰত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদাৰ গাড়ীত একাংশ বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ পিছত বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। আক্ৰমণত জড়িত বিজেপি কৰ্মীক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে নগাওঁ জিলা এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছে। নগাওঁ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে এন এছ ইউ আই, যুৱ কংগ্ৰেছে । আক্ৰমণৰ ঘটনাত একাংশ অপৰাধী জড়িত থকা বুলি অভিযোগ কৰি অতি শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে কংগ্ৰেছৰ ভাতৃ সংগঠন দুটাই।
bite.
---------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩-৬-১৯
Conclusion: