ETV Bharat / city

কলিয়াবৰত মহিলাৰ মৃতদেহ উদ্ধাৰ

কলিয়াভোমোৰা দলঙৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পানীৰ যুৱলীত উদ্ধাৰ মৃতদেহটো ৷ দুষ্কৃতিকাৰীয়ে হত‍্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

author img

By

Published : Jun 23, 2019, 4:37 PM IST

কলিয়াবৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ
  • কলিয়াবৰত উদ্ধাৰ এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ
  • চুলুঙত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো
  • কলিয়াভোমোৰা দলঙৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ পানী যুৱলীত উদ্ধাৰ হৈছে মৃতদেহটো
    কলিয়াবৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ
  • স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
  • ২৫ ৰ পৰা ৩০ বছৰৰ ভিতৰৰ মহিলা গৰাকীক কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ
  • মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পিচতহে পোহৰলৈ আহিব মহিলা গৰাকীৰ মৃত্যুৰ ৰহস্য

Intro:কলিয়াবৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

কলিয়াভোমৰা দলঙৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পানীৰ যুৱলীত উদ্ধাৰ মৃতদেহটো

দুষ্কৃতিকাৰীয়ে হত‍্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহBody:কলিয়াবৰত উদ্ধাৰ এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ। চুলুঙত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো। কলিয়াভোমোৰা দলঙৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ পানী যুৱলীত উদ্ধাৰ হৈছে মৃতদেহটো। স্থানীয় ৰাইজে প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ২৫ ৰ পৰা ৩০ বছৰৰ ভিতৰৰ মহিলা গৰাকীক কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পিছতহে নিৰ্ণয় হ'ব মহিলা গৰাকীৰ মৃত্যু ৰহস্য ।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.