ETV Bharat / city

ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত 3 - ৩ জন নিহত

ৰহাৰ ফুলগুৰিত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত থিতাতে ৩ জনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় এজন । গুৱাহাটীৰ পৰা নগাঁও অভিমুখী তীব্ৰবেগী এখন ট্ৰাকে ৰৈ থকা ট্ৰাক দুখনৰ চালক দুজন আৰু হেণ্ডিমেনক মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে তিনিজনৰে মৃত্যু হয় ।

ৰহাত ভয়ানক পথ দুৰ্ঘটনা, নিহত ৩
author img

By

Published : May 12, 2019, 9:12 AM IST

ৰহা, ১২ মে': ৰহাৰ ফুলগুৰিত শনিবাৰে নিশা সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত থিতাতে ৩ জনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় এজন । ফৰলেনযুক্ত ঘাইপথত বেয়া হোৱা এখন ট্ৰাকক সহায়ৰ আন এখন ট্ৰাকৰ চালক আৰু হেণ্ডিমেনজন নামি যাওঁতেই এই দুৰ্ঘটনা ঘটে ।

ৰহাত ভয়ানক পথ দুৰ্ঘটনা, নিহত ৩

গুৱাহাটীৰ পৰা নগাঁও অভিমুখী তীব্ৰবেগী এখন ট্ৰাকে ৰৈ থকা ট্ৰাক দুখনৰ চালক দুজন আৰু হেণ্ডিমেনক মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে তিনিজনৰে মৃত্যু হয় ।

Intro:ৰহাৰ ফুলগুৰিত শনিবাৰে নিশা সংঘটিত হয় ভয়ানক পথ দূৰ্ঘটনা । দূৰ্ঘটনাটোত থিতাতে নিহত হয় ৩ জন লোক । ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ।Body:ৰহাৰ ফুলগুৰিত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। এই দূৰ্ঘটনাত ঘটনাস্হলীতে নিহত হয় ৩ জন লোক । আহত হয় ১ জন । ফৰলেন হাইৱেত এখন বেয়া হোৱা ট্ৰাকক সহায় কৰিবলৈ নামি অহা আন এখন ট্ৰাকৰ চালক , পৰিচালকসহ বেয়া হোৱা ট্ৰাকখনৰ চালকৰ মৃত্যু হয় এই দুৰ্ঘটনাত । দুয়োখন গাড়ীক তীব্ৰ জোৰে খুন্দা মাৰে একে দিশৰে গুৱাহাটীৰ পৰা নগাঁও অভিমুখে অহা আন এখন ট্ৰাকে । ফলত ৰৈ থকা ট্ৰাকৰ সন্মুখত থকা ৩ জন লোক থিতাতে নিহত হয় আৰু এজন গুৰুতৰ আহত হয় ।

আনহাতে উত্তেজিত স্হানীয় ৰাইজে দূৰ্ঘটনাৰ সময়ত ৰাষ্ট্ৰীয় পথটিত সেই সময়ত আবদ্ধ হৈ পৰা বহু সংখ্যক যান বাহনৰ মাজৰ পৰা গুৱাহাটীৰ পৰা নগাঁও অভিমুখী 9 APBN ৰ AS 30 7656 নম্বৰৰ এখন জীপৰ চাবি কাঢ়ি লৈ যায় ।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.