- ধিঙৰ মেলেকাধিংত ৰে’লৱে আৰক্ষীৰ অভিযান (RPF search operation in Dhing)
- বুধবাৰে পুৱাৰ ভাগত চাপৰমুখ ৰে’লৱে আৰক্ষীয়ে মেলেকাধিংস্থিত মৌলানা ট্ৰেভেলছ নামৰ এখন দোকানত চলাইছিল এই অভিযান
- অভিযানত বহু আপত্তিজনক নথি পত্ৰ, লেপটপ আৰু ১৭ টা ভুৱা ৰে’লৱে টিকট জব্দ (Fake railway ticket) কৰিবলৈ সক্ষম হয়
- ভুৱা নাম-ঠিকনাত ৰেলৰ টিকট বুক কৰি সেই টিকট বিক্ৰী কৰিছিল অন্য লোকক
- গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ লোকক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ মৌলানা ট্ৰেভেলছৰ স্বতাধিকাৰী আশ্বাদুল ইছলামৰ বিৰুদ্ধে
- ৰে’লৱে আৰক্ষীয়ে আশ্বাদুল ইছলাম আৰু তেওঁৰ সহযোগী ইনামুল হকক আটক কৰে
- প্ৰৱঞ্চক চক্ৰটোক সোধ-পোছ অব্যাহত ৰাখিছে চাপৰমুখ ৰে’লৱে আৰক্ষীয়ে
ৰে’লৰ টিকট বিক্ৰী কৰি জালত পৰিল দালাল - ভুৱা ৰে’লৱে টিকট
মেলেকাধিং স্থিত মৌলানা ট্ৰেভেলছ নামৰ এখন দোকানত চাপৰমুখ ৰে’লৱে আৰক্ষীৰ অভিযান ৷ ভুৱা নাম ঠিকনাত ৰেলৰ টিকট বুক কৰি সেই টিকট বিক্ৰীৰ কৰিছিল অন্য লোকক (Railway police search operation in travel agency) ৷
ৰে’লৰ টিকট বিক্ৰী কৰি জালত পৰিল দালাল
- ধিঙৰ মেলেকাধিংত ৰে’লৱে আৰক্ষীৰ অভিযান (RPF search operation in Dhing)
- বুধবাৰে পুৱাৰ ভাগত চাপৰমুখ ৰে’লৱে আৰক্ষীয়ে মেলেকাধিংস্থিত মৌলানা ট্ৰেভেলছ নামৰ এখন দোকানত চলাইছিল এই অভিযান
- অভিযানত বহু আপত্তিজনক নথি পত্ৰ, লেপটপ আৰু ১৭ টা ভুৱা ৰে’লৱে টিকট জব্দ (Fake railway ticket) কৰিবলৈ সক্ষম হয়
- ভুৱা নাম-ঠিকনাত ৰেলৰ টিকট বুক কৰি সেই টিকট বিক্ৰী কৰিছিল অন্য লোকক
- গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ লোকক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ মৌলানা ট্ৰেভেলছৰ স্বতাধিকাৰী আশ্বাদুল ইছলামৰ বিৰুদ্ধে
- ৰে’লৱে আৰক্ষীয়ে আশ্বাদুল ইছলাম আৰু তেওঁৰ সহযোগী ইনামুল হকক আটক কৰে
- প্ৰৱঞ্চক চক্ৰটোক সোধ-পোছ অব্যাহত ৰাখিছে চাপৰমুখ ৰে’লৱে আৰক্ষীয়ে
Last Updated : Sep 7, 2022, 8:28 PM IST