ETV Bharat / city

কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

author img

By

Published : Jun 12, 2020, 9:31 PM IST

কলিয়াবৰৰ শিলঘাটত বৃহস্পতিবাৰে উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ সাপ । কলিয়াবৰৰ মাউত গাঁৱত উদ্ধাৰ কৰা হৈছিল অজগৰ সাপটোক ।

কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
Python কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ প্ৰকাণ্ড অজগৰRescued at KaliaborPython Rescued at Kaliabor

কলিয়াবৰ, 12 জুনঃ কলিয়াবৰৰ শিলঘাটত বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল এটা প্ৰকাণ্ড অজগৰ সাপ । খাদ্য়ৰ সন্ধানতেই জলাঞ্চললৈ ওলাই আহিছিল প্ৰকাণ্ড অজগৰ সাপটো । স্থানীয় লোকে প্ৰত্যক্ষ কৰাত প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাক খবৰ দিয়াত ঘটনাস্থলীত সঞ্জীৱ ডেকা উপস্থিতত হৈ শিলঘাটৰ মাউত গাঁৱৰ পৰা বৃহস্পতিবাৰে উদ্ধাৰ কৰে বাৰ্মিজ প্ৰজাতিৰ আজগৰটো ।

কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

পিচত শুকুৰবাৰে শিলঘাটৰ কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় উদ্ধাৰকৃত অজগৰ সাপটোক । অজগৰ সাপ ওলোৱাক লৈ আতংকৰ সৃষ্টি হৈছিল অঞ্চলটোত ।

লগতে চাওকঃ বিধ্বস্ত শৈশৱ,সপোন বিভ্ৰান্তিত এজাক শিশু...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.