ETV Bharat / city

নগাঁৱৰ বনভোজ স্থলীত অঘটন

author img

By

Published : Sep 23, 2019, 3:39 AM IST

মুষলধাৰ বৰষুনৰ ফলত নগাঁৱৰ কঠিয়াতলীৰ টেঙাপানী বনভোজ স্থলীত আৱদ্ধ হৈ পৰে শতাধিক বনভোজ যাত্ৰীৰ লগতে বহু বাহন ৷ ঘটনাস্থলীত প্ৰশাসন উপস্থিত হৈ উদ্ধাৰ কৰে আৱদ্ধ হোৱা যাত্ৰীসকলৰ লগতে বাহনসমূহ ৷

নগাঁৱৰ বনভোজ স্থলীত অঘটন

নগাঁও,22চেপ্তেম্বৰ :

  • নগাঁৱৰ কঠিয়াতলীৰ টেঙাপানী বনভোজ স্থলীত অঘটন
  • মুষলধাৰ বৰষুনৰ ফলত বাঢ়ি যায় জুৰিৰ পানী
  • বাঢ়নী পানীত আৱদ্ধ হৈ পৰে শতাধিক বনভোজ যাত্ৰীৰ লগতে বহু বাহন
  • আৱদ্ধ লোকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়
  • ইয়াৰ পাছত ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসন
  • প্ৰশাসনে আৱদ্ধ হোৱা যাত্ৰীসকলৰ লগতে বাহনসমূহ উদ্ধাৰ কৰে

Intro:নগাঁৱৰ কঠিয়াতলীৰ টেঙাপানী বনভোজ স্থলীত অঘটন ।

ANCHOR =নগাঁৱৰ কঠিয়াতলীৰ টেঙাপানী বনভোজ স্থলীত অঘটন । মুষলধাৰ বৰষুনৰ ফলত জুৰিৰ পানী বাঢ়ি যোৱাত আৱদ্ধ হৈ পৰিছিল শতাধিক বনভোজৰ যাত্ৰী লগতে গাড়ী আৰু বাইক সমুহ ৷ জুৰিৰ মাজতে আবদ্ধ হ'লএখন গাড়ী ৷ আবদ্ধ লোকৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ পিছত প্ৰশাসনে উদ্ধাৰ কৰে আবদ্ধ হোৱা বনভোজৰ যাত্ৰী লগতে জুৰিৰ মাজত আবদ্ধ হোৱা গাড়ী খন ৷
BYTE=বনভোজ যাত্ৰীBody:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা ETV BHARAT ASSAMConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.