ETV Bharat / city

নগাঁৱত ভূমি পট্টা বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Oct 5, 2020, 6:17 PM IST

নগাঁৱত 600 জন হিতাধিকাৰীক ভূমি পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ ।

নগাঁৱত ভূমি পট্টা বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ
নগাঁৱত ভূমি পট্টা বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ

নগাঁও, 5অক্টোবৰ: নগাঁও জিলাত 600 জন হিতাধিকাৰীক ভূমি পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই ।

ভূমিহীন লোকক অসম চৰকাৰে দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা ৫৫ হেজাৰ মাটিৰ পট্টা প্ৰদানৰ কাৰ্যসূচীৰ অংশস্বৰূপে নগাঁও জিলাতো সোমবাৰে মাটিৰ পট্টা আৰু ভূমিৰ আৱন্টন পত্ৰ প্ৰদান কৰা হয় । জিলাখনৰ তিনিটা ৰাজহ চক্ৰৰ মুঠ 600 জন ভূমিহীন হিতাধিকাৰীক প্ৰদান কৰা হয় মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ ।

ইফালে উক্ত কাযসূচীত উপস্থিত থাকি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই নিজ হাতেদি প্ৰদান কৰে এই ভূমি পট্টা আৰু আৱন্টন পত্ৰ । নগাঁও জিলা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত নগাঁও জিলাৰ উপায়ুক্ত কভিতা পদ্মনাভো উপস্থিত থাকে।

লগতে পঢ়ক : প্ৰসংগ ডেনিয়েল হত্যাকাণ্ডঃ পূৰ্বৰ অভিযুক্ত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.