ETV Bharat / city

প্ৰতিবাদৰ জুই : সমগ্ৰ ৰাজ্যত নেছ'ৰ বন্ধৰ প্ৰভাৱ

author img

By

Published : Dec 10, 2019, 11:39 AM IST

এফালে শ্বহীদ দিৱস উদযাপন আনফালে কেবৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত বন্ধৰ প্ৰভাৱ ৷ টীয়ক, কলিয়াবৰ, নগাঁও আৰু বিলাসীপাৰাত কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷

IMPACT OF NESO BANDH IN ASSAM
সমগ্ৰ ৰাজ্যত নেছ'ৰ বন্ধৰ প্ৰভাৱ

নিউজ ডেক্স, 10 ডিচেম্বৰ : টীয়কত ছাত্ৰ-সন্থাৰ শ্বহীদ দিৱস উদযাপন ৷ টীয়ক আৰু শিমলুগুৰি আঞ্চলিক ছাত্ৰ-সন্থাই বনাই পথলিয়ালৰ শ্বহীদ পোৱাল দাসৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায় । সমাধিস্থলৰ পৰা ছাত্ৰ-সন্থাৰ কৰ্মী সকলে কয় অসম আন্দোলনৰ পটভূমিৰ মাজেৰে ৰাজনীতিৰ পথাৰলৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেবৰ সন্দৰ্ভত লোৱা স্থিতিয়ে জাতিৰ স্বাভিমানত আঘাত হনাৰ লগতে অসম চুক্তিখনকো নস্যাৎ কৰিব । সেয়ে এই সময়ত জাতিৰ স্বাৰ্থত ৰাইজৰ পক্ষত থিয় হ'বলৈ সোণোৱালক আহ্বান জনাই টীয়ক আৰু শিমলুগুৰি আঞ্চলিক ছাত্ৰ-সন্থাই ৷

সমগ্ৰ ৰাজ্যত নেছ'ৰ বন্ধৰ প্ৰভাৱ

এফালে শ্বহীদ দিৱস উদযাপন আনফালে কেবৰ বিৰোধিতাৰে অসম বন্ধ ৷ নেছ'ৰ আহ্বানত উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পুৱাৰে পৰা পৰিছে কলিয়াবৰত ৷ ৰে'ল ষ্টেচনতে আৱদ্ধ শিলঘাট টাউন–গুৱাহাটী পেছেঞ্জাৰ ৰে'ল ৷ স্থানীয় ৰাইজে প্ৰতিবাদ কৰি অৱৰোধ কৰিছে ৰে'লখন ।

সমগ্ৰ ৰাজ্যত নেছ'ৰ বন্ধৰ প্ৰভাৱ

উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয় নগাঁৱত । নগাঁৱৰ খুটিকটীয়াত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে । অসমে কোনো কাৰণত বিদেশীৰ বোজা নলয় বুলি চৰকাৰক সকীয়াই দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

সমগ্ৰ ৰাজ্যত নেছ'ৰ বন্ধৰ প্ৰভাৱ

বিলাসীপাৰাতো পৰিলক্ষিত হৈছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ ঠায়ে ঠায়ে টায়াৰ জ্বলাই বন্ধ সমৰ্থকে কৰিলে প্ৰতিবাদ ৷ যান-বাহন চলাচলত বাধা প্ৰয়োগ কৰে বন্ধৰ সমৰ্থক সকলে | ঠায়ে ঠায়ে যান-বাহন চালকৰ সৈতে প্ৰতিবাদকাৰীৰ হতাহতি হোৱাও পৰিলক্ষিত হৈছে । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ৷

সমগ্ৰ ৰাজ্যত নেছ'ৰ বন্ধৰ প্ৰভাৱ

আৰু পঢ়ক : কোকাৰাঝাৰতো পৰিছে নেছ’ৰ 11 ঘন্টীয়া বন্ধৰ প্ৰভাৱ

Intro:কেবৰ বিৰোধীতাৰে অসম বন্ধ

নেচ' আহ্বানত বন্ধ, কলিয়াবৰত পুৱাৰে পৰা সৰ্বাত্মক প্ৰভাৱ

ৰে'ল ষ্টেচনতে আৱদ্ধ শিলঘাট টাউন–গুৱাহাটী পেছেঞ্জাৰ ৰে'লBody:শিলঘাট ৰে'ল ষ্টেচনত আবদ্ধ শিলঘাট–গুৱাহাটী পেচেঞ্জৰ ৰে'ল। স্থানীয় ৰাইজে অৱৰোধ কৰি ৰাখিছে ৰে'লখন।
স‌শোধিত নাগথিকত্ব বিধেয়কৰ বিৰোধিতাৰে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংস্থা (নেচ')ই আহ্বান কৰা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ প্ৰভাৱ পুৱাৰে পৰা কলিয়াবৰত দেখিবলৈ পোৱা গৈছে।
আজি পুৱাতে শিলঘাটৰ পৰা গুৱাবাটী অভিমুখী শিলঘাট–গুৱাহাটী পেছেঞ্জাৰ অৱৰোধ কৰি ৰাখে প্ৰতিবাদকাৰী ৰাইজে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.