ETV Bharat / city

ৰহাৰ পথাৰতে হঠাতে নামিল এখন হেলিকপ্টাৰ

ৰহাৰ পথাৰতে হঠাতে নামিল এখন হেলিকপ্টাৰ ৷ ৰহাত বুধবাৰে পুৱা জৰুৰী অৱতৰণ কৰে বায়ু সেনাৰ এখন হেলিকপ্টাৰে ৷ যান্ত্ৰিক বিজুতি ঘটাৰ বাবেই বায়ুসেনাৰ বিমানখনে জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয় ৷ হেলিকপ্টাৰ চাবলৈ ৰাইজৰ লৰা-ঢপৰা লাগে ৷ কথমপি প্ৰাণ ৰক্ষা পৰে পাইলট সহ চাৰিজন বায়ুসেনাৰ বিষয়াৰ ৷ ডিমাপুৰৰ পৰা শ্বিলং অভিমুখে আহি আছিল হেলিকপ্টাৰখন ৷

ৰহাৰ পথাৰতে হঠাতে নামিল এখন হেলিকপ্টাৰ
author img

By

Published : May 8, 2019, 2:18 PM IST

ৰহা,8মে': ৰহাৰ সমীপৰ আমচৈৰ বৰবৰীত বুধবাৰে পুৱা জৰুৰী অৱতৰণ কৰে বায়ু সেনাৰ এখন হেলিকপ্টাৰে । কথমপি প্ৰাণ ৰক্ষা পাইলট সহ চাৰিজন বায়ুসেনাৰ বিষয়াৰ । যান্ত্ৰিক বিজুতি ঘটাৰ বাবেই বায়ুসেনাৰ বিমানখন জৰুৰী অৱতৰণ কৰিবলগীয়া হয় ৷ ইপিনে ডিমাপুৰৰ ৰঙাপাৰাৰ পৰা শ্বিলং অভিমুখে আহি আছিল হেলিকপ্টাৰখন । কিন্তু মাজবাটতে যান্ত্ৰিক বিজুতি ঘটাৰ বাবে আমচৈৰ বৰবৰীৰ এখন পথাৰতে অৱতৰণ কৰিবলৈ বাধ্য হয় বায়ুসেনাৰ হেলিকপ্টাৰখন ৷ স্থানীয় লোকৰ মতে হেলিকপ্টাৰখনে জৰুৰী অৱতৰণৰ সময়ত সৌভাগ্যক্ৰমে এটা ঘৰত খুন্দা মৰাৰ পৰা ৰক্ষা পৰে ৷ ইতিমধ্যে হেলিকপ্টাৰখনৰ উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে বায়ু সেনাৰ আন এক হেলিকপ্টাৰ ।

Intro:ৰহাৰ সমীপৰ আমচৈৰ বৰবৰীত বায়ুসেনাৰ হেলিকপ্তাৰ জৰুৰী অৱতৰণ । যান্ত্ৰিক বিজুতী ঘটাত অৱতৰণ কৰা হয় হেলিকপ্তাৰ খন । Body:যান্ত্ৰিক বিজুতী ঘটি আমচৈৰ বৰবৰীত জৰুৰী অৱতৰণ বায়ু সেনাৰ হেলিকপ্তাৰ । ডিমাপুৰৰ ৰঙাপাৰাৰ পৰা শ্বিলং অভিমুখে আহি আছিল হেলিকপ্তাৰ খন । কথমপি প্ৰাণ ৰক্ষা পাইলট সহ চাৰিজন বায়ুসেনালোকৰ । ইতিমধ্যে উদ্ধাৰৰ বাবে ঘটনাস্হলীত উপস্থিত হৈছে বায়ু সেনাৰ আন এক হেলিকপ্তাৰ ।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.