ETV Bharat / city

শিক্ষকৰ বিভিন্ন সমস্যা সম্পৰ্কত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য - Siddhartha Bhattacharya at Nagaon District Teachers' Association's golden jubilee

নগাঁও জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তীত উপস্থিত থাকি শিক্ষকৰ বিভিন্ন সমস্যা সম্পৰ্কত মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ শিক্ষকৰ সমস্যা সমাধানত কিছু পৰিমাণে সফল হ'ব পৰা নাই বুলি মন্তব্য কৰে তেওঁ ৷

নগাঁও জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তীত সিদ্ধাৰ্থ ভট্টাচাৰ্য
author img

By

Published : Nov 18, 2019, 10:42 PM IST

নগাঁও, 18 নৱেম্বৰ : দেওবাৰৰ পৰা নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নগাঁও জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তীত সোমবাৰে উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ এই অনুষ্ঠানতে শিক্ষকৰ সমস্যা সম্পৰ্কত বিভিন্ন মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, চৰকাৰ আৰু শিক্ষক সংগঠন কোনো পৃথক ব্যৱস্থা নহয় । শিক্ষকৰ সমস্যা সন্দৰ্ভত চৰকাৰ জ্ঞাত । সমস্যা সমাধান কৰাত চৰকাৰ কিছু সফল হৈছে যদিও কিছু ক্ষেত্ৰত সফল হ'ব পৰা নাই ।

নগাঁও জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তীত উপস্থিত সিদ্ধাৰ্থ ভট্টাচাৰ্য

নগাঁও জিলা হাইস্কুল শিক্ষক সন্থাৰ সোণালী জয়ন্তীৰ ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিৰ আলোচনা চক্ৰৰ উদ্বোধন কৰি এনেদৰে মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই । ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিত শিক্ষাৰ্থীৰ মৌলিক চিন্তাক অধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি নগাঁও জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তীত নতুন শিক্ষানীতিৰ ওপৰত আলোচনা চক্ৰৰ আয়োজন কৰা বাবে শলাগ লয় শিক্ষামন্ত্ৰীগৰাকীয়ে ।

সোমবাৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মাই ।

আৰু পঢ়ক : মাস্ক পৰিধান কৰি প্ৰতিবাদত বহিল গৌৰৱ গগৈ

Intro:চৰকাৰ আৰু শিক্ষক সংগঠন কোনো পৃথক ব্যৱস্থা নহয়। শিক্ষকৰ সমস্যা সন্দৰ্ভত আমি জ্ঞাত। সমস্যা সমাধান কৰাত আমি কিছু সফল হৈছো যদিও কিছু ক্ষেত্ৰত সফল হব পৰা নাই। নগাঁৱত মন্তব্য শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।

Body:শিক্ষকসকলৰ বহু সমস্যা আছে। শিক্ষকৰ সমস্যা , অভাৱ অভিযোগ সন্দৰ্ভত আমি জ্ঞাত। শিক্ষকৰ সমস্যা সমাধান কৰাত আমি কিছু সফল হৈছোঁ যদিও কিছুক্ষেত্ৰত সফল হব পৰা নাই। নগাওঁ জিলা হাইস্কুল শিক্ষক সন্থাৰ সোণালী জয়ন্তীৰ ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিৰ আলোচনা চক্ৰৰ উদ্বোধন কৰি এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্বাৰ্থ ভট্টাচাৰ্য্যই। ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিত শিক্ষাৰ্থীৰ মৌলিক চিন্তাক অধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি নগাওঁ জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তীত নতুন শিক্ষানীতিৰ ওপৰত আলোচনা চক্ৰৰ আয়োজন কৰাত শলাগ লয় শিক্ষয়মন্ত্ৰীয়ে। লগতে চৰকাৰ আৰু শিক্ষক সংগঠন কোনো পৃথক ব্যৱস্থা নহয় বুলিও উল্লেখ কৰি শিক্ষকসকলৰ চিন্তা চৰ্চাত প্ৰতিফলিত কৰা হব বুলি মন্তব্য কৰে। সোমবাৰে নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মাই। অনুষ্ঠিতদেওবাৰৰ পৰা নগাওঁ খগেন মহন্ত প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে নগাওঁ জিলা শিক্ষক সন্থাৰ সোণালী জয়ন্তী।
bite, with speech
---------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৮-১১-১৯

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.