ETV Bharat / city

আৰক্ষীৰ জালত দুৰ্ধর্ষ ডকাইত আনাৰুল ইছলাম - নগাওঁ

নগাঁও জিলা উপ-আৰক্ষী অধীক্ষক সদৰ আৰু নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত চামগুৰি আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় আনাৰুল ইছলাম নামৰ ডকাইতটোক ৷

আৰক্ষীৰ জালত দুৰ্ধর্ষ ডকাইত আনাৰুল ইছলাম
author img

By

Published : Jun 20, 2019, 8:31 PM IST

নগাঁও, 20 জুনঃ আৰক্ষীৰ জালত পৰিল নগাঁৱৰ দুৰ্ধর্ষ ডকাইত আনাৰুল ইছলাম । নগাওঁ জিলা উপ-আৰক্ষী অধীক্ষক সদৰ আৰু নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত চামগুৰি আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় ডকাইতটোক ।

আৰক্ষীৰ জালত দুৰ্ধর্ষ ডকাইত আনাৰুল ইছলাম

চামগুৰি বাজিয়াগাঁৱৰ পৰা বৃহস্পতিবাৰে আটক কৰে নগাঁৱত ত্ৰাসৰ সৃষ্টি কৰা ডকাইত আনাৰুলক ৷ কিছুদিন পূৰ্বে নগাঁৱৰ বৰঘাটত গুলীচালনা কৰি ডকাইতি কাণ্ড সংঘটিত কৰিছিল আনাৰুলে । ইয়াৰোপৰি, কেবাটাও ডকাইতি হত্যাকাণ্ডতো জড়িত থকাৰ অভিযোগ উঠিছে আনাৰুলৰ বিৰুদ্ধে ৷

আৰু পঢ়কঃ ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান স্থগিত

Intro:নগাওঁ আৰক্ষীৰ জালত dudhors ডকাইত আনাৰুল।

Body:অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁৱৰ দুধর্ষ ডকাইত আনাৰুল ইছলাম। নগাওঁ জিলা উপ আৰক্ষী অধীক্ষক সদৰ আৰু নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত চামগুৰি আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় ডকাইতটোক। চামগুৰি বাজিয়াগাঁৱৰ পৰা বৃহস্পতিবাৰে আটক কৰে নগাঁৱত ত্ৰাসৰ সৃষ্টি কৰা ডকাইত আনাৰুলক। কিছুদিন পূৰ্বে নগাঁৱৰ বৰঘাটত গুলীচালনা কৰি সংঘটিত কৰা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ মূল অভিযুক্ত আছিল আনাৰুল। ইয়াৰোপৰি কেবাটাও ডকাইতি, হত্যাকাণ্ডতো জড়িত থকা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।
bite. dsp
------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২০-৬-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.