ETV Bharat / city

লাহৰীঘাটত কংগ্ৰেছৰ সভা আৰু বাইক ৰেলী - RSS

বিজেপিয়ে কেন্দ্ৰত আকৌ চৰকাৰ গঠন কৰে তেন্তে ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষ হৈ নাথাকিব: প্ৰদ্যুৎ বৰদলৈ

বিজেপি য়ে কেন্দ্ৰত আকৌ চৰকাৰ গঠন কৰে তেন্তে ভাৰত বৰ্ষ আৰু ভাৰত বৰ্ষ হৈ নাথাকিব: প্ৰদ্যুৎ বৰদলৈ
author img

By

Published : Apr 14, 2019, 8:15 PM IST

ধিং, 14 এপ্ৰিল: দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হব লগা নগাওঁ সংসদীয় সমষ্টিৰ লাহৰীঘাটত আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে

গাওেঁ গাওেঁ পদসভাৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলায় । ইয়াৰ উপৰিও কংগ্ৰেছৰ সমৰ্থক সকলে এক বৃহৎ বাইক ৰেলী উলিয়ায় ৷ তেওঁ সভাৰ ভাষণত কয় যে ‘আমাৰ দেশৰ আটাইতকৈ বিপদজ্জনক প্ৰধানমন্ত্ৰী গৰাকী হ’ল নৰেন্দ্ৰ মোদী আৰু তেওঁক পদচ্যুত কৰিবই লাগিব’৷ দিল্লীত থকা বিজেপি আৰু আৰ এছ এছ চৰকাৰ খনে প্ৰণালীগত ভাৱে দুখন পৃথিৱীৰ সৃষ্টি কৰিছে এখন হিন্দু আৰু এখন এটা মুছলমানৰ পৃথিৱী ৷ সেইবাবে আকৌ যদি বিজেপি য়ে কেন্দ্ৰত আকৌ চৰকাৰ গঠন কৰে তেন্তে ভাৰতবৰ্ষৰ অস্তিত্বৰ প্ৰতি সংকট সৃষ্টি হ'ব বুলিও কয় নেতাগৰাকীয়ে ৷

Intro:লাহৰীঘাটত কংগ্ৰেছৰ পথ সভা আৰু বাইক ৰেলীBody:দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হব লগা নগাওঁ সংসদীয় সমষ্টিৰ লাহৰীঘাটত আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে গাৱে গাৱে পদসভাৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলায়। লগতে বৃত্ বাইক ৰেলী দিয়ে। সভাৰ ভাষনত কয় আমাৰ দেশৰ আটাইতকৈ বিপজ্জনক প্ৰধান মন্ত্ৰী হল নৰেন্দ্ৰ মোদী। তাক পদচ্যুত কৰিব লাগিব। দিল্লীত থকা বিজেপি আৰু আৰ এছ এছ চৰকাৰ খনে প্ৰনালীগত ভাৱে দুটা ধুনীয়া সৃষ্টি কৰিছে। এটা হিন্দু আৰু আন এটা মুছলমান ধুনীয়া। ডাঙৰ ধুনীয়া খন হিন্দুসকলৰ কাৰনে সংৰক্ষন কৰি ৰাখিছে বুলি প্ৰচাৰ চলাইছে। সেয়ে আকৌ যদি এই সকলে কেন্দ্ৰত আকৌ চৰকাৰ কৰে তেন্তে ভাৰত বৰ্ষ খন ভাৰত বৰ্ষ হৈ নাথাকে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.