ETV Bharat / city

কলিয়াবৰৰ শিলঘাটত বিষাক্ত ফেঁটী সাপ উদ্ধাৰ - কলিয়াবৰ

কলিয়াবৰত খাদ্যৰ সন্ধানত ওলাই আহি জালত আৱদ্ধ হয় এডাল প্ৰকাণ্ড ফেঁটী সাপ ৷ ইতিমধ্যে সাপ ডালক উদ্ধাৰ কৰি শিলঘাট-কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে বন বিভাগে ।

Cobra Rescued at Kaliabor
কলিয়াবৰৰ শিলঘাটত বিষধৰ ফেঁটী সাপ উদ্ধাৰ
author img

By

Published : Aug 29, 2020, 10:05 PM IST

কলিয়াবৰ, 29 আগষ্টঃ কলিয়াবৰৰ ৰবৰবাৰী গাঁৱৰ কুকুৰা পামৰ জালত আৱদ্ধ হয় এডাল প্ৰকাণ্ড ফেঁটী সাপ ৷ ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে ফেঁটী সাপ ডালক ৷

কলিয়াবৰৰ শিলঘাটত বিষধৰ ফেঁটী সাপ উদ্ধাৰ

উক্ত ঘটনাটো বন বিভাগক অৱগত কৰে স্থানীয় ৰাইজে ৷ পিছত বন বিভাগে উদ্ধাৰ হোৱা সাপ ডালক চমজি লৈ শিলঘাট-কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক- হাফলঙত আৰক্ষীৰ জালত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.