- নগাঁৱত ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ
- নগাঁৱৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত এই শিবিৰৰ আয়োজন
- সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় এই শিবিৰ
- গ্ৰাম্য পুথিভঁৰাল সন্থাৰ অধীনত থকা বৃদ্ধাবাসৰ আবাসীক স্বাস্থ্য পৰীক্ষা কৰা হয় শিবিৰত
- ভাৰতীয় সেনাই বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়াকৈ ঔষধ পাতিও যোগান ধৰে
ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ - বিনামূলীয়া স্বাস্থ্য শিবিৰ
নগাঁৱত ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ ৷ এই শিবিৰত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়াকৈ ঔষধ পাতিও যোগান ধৰে ভাৰতীয় সেনাই ৷
ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ
- নগাঁৱত ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ
- নগাঁৱৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত এই শিবিৰৰ আয়োজন
- সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় এই শিবিৰ
- গ্ৰাম্য পুথিভঁৰাল সন্থাৰ অধীনত থকা বৃদ্ধাবাসৰ আবাসীক স্বাস্থ্য পৰীক্ষা কৰা হয় শিবিৰত
- ভাৰতীয় সেনাই বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়াকৈ ঔষধ পাতিও যোগান ধৰে
Intro: চৰকাৰী কাৰ্য্যালয় খোলাৰ সময় পুৱা ৯ বজাত। তাৰ পিছতে ৯:৩০ বজাত বিষয়া কৰ্মচাৰী উপস্থিত হব লাগে চৰকাৰী কাৰ্য্যালয়ত। কিন্তু ধুবুৰীৰ এটা চৰকাৰী কাৰ্য্যালয় প্ৰতিদিনে খোলা হয় ১০ বজাৰ পিছত। তাতো খং সংবাদ মাধ্যমৰ ওপৰত। দৰমহা কিয় হোৱা নাই।
Body: চৰকাৰী নতুন সময়সূচী মতে চৰকাৰী কাৰ্য্যালয় এখন পুৱা ৯ বজাত খুলিব লাগে আৰু ৯:৩০ বজাৰ ভিতৰত কাৰ্য্যালয়ত উপস্থিত হব লাগে বিষয়া কৰ্মচাৰী। কিন্তু এইখন চৰকাৰী কাৰ্যালয়লৈ মন কৰক। এয়া ধুবুৰীৰ এখন চৰকাৰী কাৰ্য্যালয়। জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কিছু নিলগতে আছে এইখন চৰকাৰী কাৰ্য্যালয়। অসম খাদী আৰু গ্ৰামদ্যোগৰ জিলা কাৰ্য্যালয়। এই কাৰ্যালয়খন প্ৰতিদিনে দহ বজাৰ পিছতহে খোলা হয়। আজিও ব্যতিক্ৰম নহয়। দহ বজালৈকে তলা বন্ধ হৈ থাকিলে কাৰ্য্যালয় খন। ১০:৩০ বজাতহে কাৰ্য্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এ তালুকদাৰে কাৰ্য্যালয়ত উপস্থিত হৈ তলা খুলিলে। কিন্তু কিয় দেৰি হল কাৰ্য্যালয় খোলাৰ। তাতেই খং এই গৰাকী চৰকাৰী কৰ্মচাৰীৰ। তেওঁৰ খং সংবাদ মাধ্যমৰ ওপৰত। কাৰণ চৰকাৰে কিয় দৰমহা দিয়া নাই। বিগত দুমাহে হেনো দিয়া নাই দৰমহা। কেৱল এয়াই নহয়। তিনি মাহ চাৰি মাহ লৈকে হেনো দৰমহা নাপায় এই সকল কৰ্মচাৰী। যাৰ বাবেই খং।
পিছে যিয়েই নহওঁক কিয়। চৰকাৰী কাৰ্য্যালয় খোলাৰ সময় সূচীৰ প্ৰায় ডেৰ ঘণ্টা পলমকৈ প্ৰতিদিনে খোলা হয় এই কাৰ্য্যালয়। চৰকাৰে নতুন সময়সূচী ঘোষণা কৰাৰ বহু দিন হল যদিওঁ এইজন চৰকাৰী কৰ্মচাৰীয়ে নাজানে সময়সূচীৰ কথা। কাৰণ এওঁৰ মতে পুৱা দহ বজাত খুলিব লাগে কাৰ্য্যালয়।
Byte:- এ তালুকদাৰ।
ইপিনে প্ৰতিদিনে পুৱা দহ বজাৰ পিছত কাৰ্য্যালয় খোলা হয় যদিওঁ কাৰ্য্যালয়ত সময় মতে উপস্থিত নাথাকে ভূপেন শৰ্মা নামৰ জিলা বিষয়া।
Conclusion: উল্লেখযোগ্য যে, বহু নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ পথ বিচাৰি এইখন কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰিব লগীয়া হয়। যদিওঁ কাৰ্য্যালয়ত নিয়মিত ভাৱে উপস্থিত নাথাকে চৰকাৰী বিষয়া। এই ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয়।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।