- জখলাবন্ধাৰ বাগৰিত আটক চাৰি চোৰাং চিকাৰী
- জখলাবন্ধা-বাগৰি আৰক্ষীয়ে অভিযান চলাই আটক কৰে চোৰাং চিকাৰীকেইটাক
- ধৃত চোৰাং-চিকাৰীকেইটা আনোৱাৰ হুছেইন,ৰমজান আলি,ইমান আলি আৰু দিলীপ বড়ো বুলি চিনাক্ত কৰা হৈছে
- চোৰাংচিকাৰীকেইটাৰ জব্দ কৰা হয় থ্ৰি নট থ্ৰি ৰাইফলৰ দহ ৰাউণ্ড সজীৱ গুলি আৰু এখন ইয়ন বাহন
- কাজিৰঙাত গড়ঁ হত্যাৰ পৰিকল্পনাৰে বাগৰিলৈ চোৰাং-চিকাৰীকেইটা আহিছিল বুলি জানিব পৰা গৈছে
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
জখলাবন্ধাত আটক চোৰাং চিকাৰী - চোৰাং চিকাৰী
জখলাবন্ধাত আটক চোৰাং চিকাৰী
2019-06-11 09:57:10
জখলাবন্ধা-বাগৰি আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাৰিজন চোৰাং-চিকাৰী
2019-06-11 09:57:10
জখলাবন্ধা-বাগৰি আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাৰিজন চোৰাং-চিকাৰী
- জখলাবন্ধাৰ বাগৰিত আটক চাৰি চোৰাং চিকাৰী
- জখলাবন্ধা-বাগৰি আৰক্ষীয়ে অভিযান চলাই আটক কৰে চোৰাং চিকাৰীকেইটাক
- ধৃত চোৰাং-চিকাৰীকেইটা আনোৱাৰ হুছেইন,ৰমজান আলি,ইমান আলি আৰু দিলীপ বড়ো বুলি চিনাক্ত কৰা হৈছে
- চোৰাংচিকাৰীকেইটাৰ জব্দ কৰা হয় থ্ৰি নট থ্ৰি ৰাইফলৰ দহ ৰাউণ্ড সজীৱ গুলি আৰু এখন ইয়ন বাহন
- কাজিৰঙাত গড়ঁ হত্যাৰ পৰিকল্পনাৰে বাগৰিলৈ চোৰাং-চিকাৰীকেইটা আহিছিল বুলি জানিব পৰা গৈছে
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
Intro:দহ ৰাউণ্ড সজীৱ গুলী, চাৰিচকীয়া বাহনৰ সৈতে বাগৰিত আটক চাৰি চোৰাংচিকাৰী
জখলাবন্ধা-বাগৰি আৰক্ষীৰ সফল অভিযান-আৰক্ষীৰ জালত পৰে চাৰি দূধৰ্ষ চোৰাংচিকাৰীBody:দহ ৰাউণ্ড সজীৱ গুলী, চাৰিচকীয়া বাহনৰ সৈতে বাগৰিত আটক চাৰি চোৰাংচিকাৰী।
জখলাবন্ধা-বাগৰি আৰক্ষীৰ সফল অভিযান-আৰক্ষীৰ জালত পৰে চাৰি দূধৰ্ষ চোৰাংচিকাৰী। সোমবাৰে নিশা বাগৰিৰ তেল ডিপোৰ সন্মুখৰ পৰা আটক কৰে চাৰিচোৰাংচিকাৰীক। ধৃত চাৰি চোৰাং চিকাৰী ৰূপহীহাট চাইদৰীয়াৰ আনোৱাৰ হুছেইন, লংকা নখুটিৰ ৰমজান আলি, জুৰিয়া উদমাৰীৰ ইমান আলি আৰু নগালেণ্ড-অসম সীমান্তৰ দিলীপ বড়ো বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। চোৰাংচিকাৰীদলটোৱে এখন ইয়ন গাড়ীৰে আহিছিল। জখলাবন্ধা আৰক্ষী নিৱেশত সোধা-পোচা অব্যাহত আছে ধৃত চোৰাংচিকাৰী দলৰ। কাজিৰঙাত গড়ঁ হত্যাৰ পৰিকল্পনাৰে বাগৰি এলেকাত থিতাপি ল'বলৈ আহোতেই জালত পৰে আৰক্ষীৰ।চোৰাংচিকাৰী দলটোৰ পৰা থ্ৰি নট থ্ৰি ৰাইফলৰ দহ ৰাউণ্ড সজীৱ গুলি আৰু ব্যৱহাৰ কৰা ইয়ন গাড়ীখনো জব্দ কৰে। উল্লেখযোগ্য যে, ধৃত দিলীপ বড়ো চাৰ্প শ্বুটাৰ বুলি আৰক্ষীয়ে সদৰি কৰিছে। গড়ঁহত্যাত ব্যৱহৃত মাৰণাস্ত্ৰটোৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।Conclusion:photos

Last Updated : Jun 11, 2019, 1:00 PM IST