ETV Bharat / city

নগাঁৱত ৩৯ জনলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jun 1, 2020, 8:53 PM IST

পুনৰ নগাঁও জিলাত বৃদ্ধি পালে ক'ৰণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইতিমধ্যে জিলা খনত ৩৯ জনলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷

ETV BHARAT
নগাঁৱত ৩৯ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

নগাঁও, 1 জুনঃ নগাঁৱত ৩৯ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ লোকৰ সংখ্যা । জনসংযোগ বিভাগে সদৰি কৰিছে এই তথ্য ৷ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো বৃদ্ধি পাইছে ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ ইতিমধ্যে নগাঁৱত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি পায়। নগাঁও জিলাৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ৭ জনকৈ লোকৰ দেহত ধৰা পৰে ক'ৰণা ভাইৰাছৰ উপস্থিতি । ইতিমধ্যে ৩৬ জন কৰ'ণা আক্ৰান্ত লোক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে। আক্ৰান্ত তিনিজন লোকক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে । নগাঁও জনসংযোগ বিভাগে সদৰি কৰিছে এই তথ্য।

39  COVID_19+Case in nagaon District

লগতে পঢ়ক- আৰ্থিক সংকটত বৰপেটাৰ ভাই ভাই শালঘৰ বস্ত্ৰ উদ্যোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.