যোৰহাট, 2 এপ্ৰিলঃ ক্ৰমাত যোৰহাটৰ ভিন্ন অঞ্চলত বৃদ্ধি পাইছে নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন ৷ সোমবাৰে নিশা প্ৰায় 10 মান বজাত স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰে পাঁচজনকৈ যুৱকক ৷ উল্লেখ্য যে, চহৰখনৰ শংকৰপুৰত এটা ভাড়াঘৰৰ কোঠাত তালাচী চলাই উদ্ধাৰ কৰে কেতবোৰ নিচাজাতীয় সামগ্ৰী ৷ এই সামগ্ৰী খিনিৰ লগতে আৰক্ষীয়ে পাঁচজনকৈ ছাত্ৰক আটক কৰি গড়মূৰ আৰক্ষী চকীত হাজিৰ কৰে ৷ ইফালে, শিক্ষাগ্ৰহণ কৰিবলৈ মাজুলী, গোলাঘাট, নাজিৰাৰ পৰা অহা এই ছাত্ৰকেইজনৰ কোঠাত নিচাজাতীয় দ্ৰব্যৰ লগতে উদ্ধাৰ হোৱা বহু আপত্তিজনক বস্তুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে শংকৰপুৰত ৷
নিচাজাতীয় সামগ্ৰীসহ আটক যুৱক
নিচাজাতীয় সামগ্ৰীয়ে এতিয়া ছানি ধৰিছে ছাত্ৰ সমাজক ৷ যোৰহাটৰ ভিন্ন অঞ্চলত বৃদ্ধি পাইছে নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন ৷ সোমবাৰে নিশা পাঁচজন ছাত্ৰ লগতে এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ হোৱা নিচাজাতীয় দ্ৰব্যই এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক ৷
যোৰহাট, 2 এপ্ৰিলঃ ক্ৰমাত যোৰহাটৰ ভিন্ন অঞ্চলত বৃদ্ধি পাইছে নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন ৷ সোমবাৰে নিশা প্ৰায় 10 মান বজাত স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰে পাঁচজনকৈ যুৱকক ৷ উল্লেখ্য যে, চহৰখনৰ শংকৰপুৰত এটা ভাড়াঘৰৰ কোঠাত তালাচী চলাই উদ্ধাৰ কৰে কেতবোৰ নিচাজাতীয় সামগ্ৰী ৷ এই সামগ্ৰী খিনিৰ লগতে আৰক্ষীয়ে পাঁচজনকৈ ছাত্ৰক আটক কৰি গড়মূৰ আৰক্ষী চকীত হাজিৰ কৰে ৷ ইফালে, শিক্ষাগ্ৰহণ কৰিবলৈ মাজুলী, গোলাঘাট, নাজিৰাৰ পৰা অহা এই ছাত্ৰকেইজনৰ কোঠাত নিচাজাতীয় দ্ৰব্যৰ লগতে উদ্ধাৰ হোৱা বহু আপত্তিজনক বস্তুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে শংকৰপুৰত ৷
নিচাসক্ত পাচ জনকৈ যুৱক আটক।।
যোৰহাটৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে নিচাসক্ত যূৱকৰ।আজি নিশা প্ৰায় ১০ বজাত স্হানীয় ৰাইজৰ তৎপৰতা ইটকী পাচজনকৈ যূৱক।
যোৰহাটৰ শংকৰপূৰত নিচাসক্ত পাচজনকৈ যুৱকক কৰায়ক্ত কৰি গটালে আৰক্ষীক।গড়মূৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই যূৱক কেইজনৰ ভাড়া ঘৰৰ কোঠাত তলাচি চলাই উদ্ধাৰ কৰে কেতবোৰ নিচাজাতীয় সামগ্ৰীৰ।জনবহুল অঞ্চলত এইদৰে শিক্ষা গ্ৰহণ কৰিব অহা যূৱকৰ কোঠাত নিচখযুক্ত সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে যোৰহাটৰ শংকৰপুৰ অঞ্চলত।ইতিমধ্যে আৰক্ষীয়ে নিচাসক্ত যূৱক কেইজনক আটক কৰি আৰকুচকীলৈ লৈ আনিছে।