ETV Bharat / city

ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ ভিৰ : চিকিৎসালয়ত অনুপস্থিত নাৰ্ছ - ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ ভিৰ : চিকিৎসালয়ত অনুপস্থিত নাৰ্ছ

কৰ্তব্যৰত দুগৰাকীকৈ জ্যেষ্ঠ নাৰ্চ নিৰুপা বৰা আৰু দেবীলতা বৰুৱা আজি দীৰ্ঘদিনৰ পৰা কৰ্তৃপক্ষক একো নজনোৱাকৈয়ে নিদিৰ্ষ্ট সময়ত নিজৰ দ্বায়িত্ব পালন নকৰাত এনে পৰিস্থিতি উদ্ভৱ হৈছে । এই দুয়োগৰাকী নাৰ্চ কোনো দিনেই সময়ত নিজ কৰ্মস্থলীত উপস্থিত নহয় আৰু এফ আৰ ইউৰ ভাৰপ্ৰাপ্ত চিকিৎসক গৰাকীয়ে প্ৰশ্ন কৰিলে তেওঁক তথা সকলো কৰ্মচাৰীকে বেয়া ব্যৱহাৰ কৰে বুলি অভিযোগ উঠিছে ।

ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ ভিৰ : চিকিৎসালয়ত অনুপস্থিত নাৰ্ছ

author img

By

Published : Mar 24, 2020, 9:00 PM IST

টীয়ক, 24 মাৰ্চ : সৰ্বত্ৰে এতিয়া কৰ'ণাৰ সন্ত্ৰাস । ৰাজ্যৰ চিকিৎসালয়সমূহত চৰকাৰে সন্দেহযুক্ত ৰোগীসকলৰ প্ৰাথমিক পৰীক্ষাৰ বাবে যথেষ্ট তৎপৰ হৈ পৰাৰ সময়তে যোৰহাট জিলাৰ বৃহত্তৰ টীয়ক অঞ্চলৰ ৰাইজৰ একমাত্ৰ ভৰসা টীয়ক এফ আৰ ইউত চিকিৎসা কৰ্মচাৰীৰ অনুপস্থিতিয়ে হাহাকাৰ অৱস্থাত পেলাইছে ৰোগীসকলক ।

জানিব পৰা মতে, কৰ্তব্যৰত দুগৰাকীকৈ জ্যেষ্ঠ নাৰ্চ নিৰুপা বৰা আৰু দেবীলতা বৰুৱা আজি দীৰ্ঘদিনৰ পৰা কৰ্তৃপক্ষক একো নজনোৱাকৈয়ে নিদিৰ্ষ্ট সময়ত নিজৰ দ্বায়িত্ব পালন নকৰাত এনে পৰিস্থিতি উদ্ভৱ হৈছে । এই দুয়োগৰাকী নাৰ্চ কোনো দিনেই সময়ত নিজ কৰ্মস্থলীত উপস্থিত নহয় আৰু এফ আৰ ইউৰ ভাৰপ্ৰাপ্ত চিকিৎসক গৰাকীয়ে প্ৰশ্ন কৰিলে তেওঁক তথা সকলো কৰ্মচাৰীকে বেয়া ব্যৱহাৰ কৰে বুলি অভিযোগ উঠিছে ।

ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ ভিৰ : চিকিৎসালয়ত অনুপস্থিত নাৰ্ছ

ইতিমধ্যে বহুবাৰ উৰ্দ্ধতম কৰ্তৃপক্ষক চিকিৎসালয়খনৰ ফালৰ পৰা এই দুয়োগৰাকী নাৰ্চৰ বিপক্ষে অভিযোগ দিয়া হৈছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ফল ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই । তদুপৰি ভাৰপ্ৰাপ্ত চিকিৎসকগৰাকীয়ে উপস্থিতিৰ বহীত অনুপস্থিত দিয়াৰ পাছত তাৰ ওপৰতে পুনৰ ঘহাই চহী মাৰি উপস্থিত দেখুৱাই ওপৰত মেনেজ কৰি সম্পূৰ্ণ বেতন দীৰ্ঘ দিন গ্ৰহণ কৰি আহিছে বুলিও জানিব পৰা গৈছে ।

যি সময়ত ক'ৰোণাৰ এই ভয়াৱহতাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসা কৰ্মীসকলে ভগৱান হৈ পৰিছে সেই সময়ত টীয়ক এফ আৰ ইউৰ দৰে ব্যস্ত চিকিৎসালয়খনত কতব্য গাফিলতি কৰা দুই নাৰ্ছৰ বিৰুদ্ধে প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ'ব!!

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.