ETV Bharat / city

Agriculture University convocation: অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাৱৰ্তন

যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যায় 22 তম দীক্ষান্ত সমাৱৰ্তন (22nd Convocation of Assam Agricultural University) ৷ এই অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী উপস্থিত থকাৰ লগতে সান্মানীয় অতিথি হিচাপে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা ৷

author img

By

Published : Mar 3, 2022, 10:49 PM IST

22nd-convication-of-assam-agricultural-university-jorhat
অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তন

যোৰহাট, 3 মাৰ্চ : শুকুৰবাৰে যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যায় 22 তম দীক্ষান্ত সমাবৰ্তন (22nd Convocation of Assam Agricultural University Jorhat) । ৰাজ্যপাল জগদীশ মূখীয়ে সভাপতিত্ব কৰা এই সমাৱৰ্তনত (Prof Jagdish Mukhi attended convocation programme of Jorhat Agriculture University) সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা (Minister Atul bora attended convocation of Agriculture University) । অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ ৷

এই সমাবৰ্তনত আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী, ভাৰত চৰকাৰৰ কৃষি শিক্ষা আৰু গৱেষণা বিভাগৰ সচিবপ্ৰধান তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ত্ৰিলোচন মহাপাত্ৰ আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্নপশু শৈল চিকিৎসা বিশেষজ্ঞ তথা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ শৈল চিকিৎসা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কুশল কোৱৰ শৰ্মালৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ডক্টৰ অৱ চাইন্স ডিগ্ৰী প্ৰদান কৰা হয় ।

Agriculture University convocation: অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাৱৰ্তন

হাইব্ৰীড ব্যৱস্থাপনাৰে অৰ্থাৎ অনলাইন আৰু অফলাইন পদ্ধতিৰে এই সমাবৰ্তনত বিগত দুটা বছৰৰ সৰ্বমুঠ 1369 শিক্ষাৰ্থীক স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীসমূহ প্ৰদান কৰা হয় । উল্লেখ্য যে, এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা 47 গৰাকী শিক্ষাৰ্থীক সোণৰ পদক তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক : Assam youths joining ULFA-I: আলফালৈ যোগদানৰ বাবে যোৱা দুই যুৱকক কৰায়ত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.