ETV Bharat / city

মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰত পৰি নিৰুদ্দেশ হ'ল যুৱকঃ উদ্ধাৰ অভিযান অব্যাহত

দেওবাৰে মহানগৰীৰ পাণ্ডুত সংঘটিত হয় এক শোকাৱহ ঘটনা । সমনীয়াৰে পাৰ্টি কৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ হ'ল এজন যুৱক । যুৱকজনক বিচাৰি ব্ৰহ্মপুত্ৰত এচডিআৰএফয়ে আৰম্ভ কৰিছে অভিযান । কিন্তু বৰ্তমানলৈ কোনো সন্ধান উলিয়াব পৰা নাই সন্ধানহীন যুৱকজনৰ ।

author img

By

Published : Aug 2, 2020, 7:57 PM IST

Youth went missing while partying on the banks of the Brahmaputra
মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰত পৰি নিৰুদ্দেশ হ'ল যুৱক ; উদ্ধাৰ অভিযান অব্যাহত

গুৱাহাটী,২আগষ্ট: ঘটনা অনুসৰি লগৰ বন্ধুৰ সৈতে সুৰাৰ পাৰ্টি কৰিবৰ বাবে পাণ্ডুৰ দক্ষিণ কামাখ্যাৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছিল ৰাজু শিকদাৰ নামৰ যুৱকজন । পাৰ্টিৰ সময়তে যুৱকজন ব্ৰহ্মপুত্ৰত পৰি নিখোজ হোৱা বুলি জানিবলৈ দিলে লগৰ বন্ধু কেইজনে । লগৰ বন্ধু কেইজনৰ মতে মানসিক চাপত থকা ৰাজুয়ে হঠাতে জাপ দিছিল পানীত ।

পৰিয়ালৰ মতে এয়া কোনো কাৰণতে আত্মহননৰ ঘটনা হ'ব নোৱাৰে । লগৰ বন্ধুয়ে মিলি হত্যা কৰাৰ অভিযোগ তুলিলে ৰাজু শিকদাৰৰ ভাতৃ আৰু মাতৃয়ে ।

সম্প্ৰতি ঘটনাস্থলীত জালুকবাৰী আৰক্ষী, নদী আৰক্ষী, এচডিআৰএফ আৰু জৰুৰী কালীন সেৱাৰ লোক উপস্থিত হৈ যুৱকজনৰ সন্ধানত ভৰ ব্ৰহ্মপুত্ৰত আৰম্ভ কৰিছে অভিযান । কিন্তু বৰ্তমানলৈ সন্ধানহীন ৰাজু শিকদাৰৰ কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে ।

ইয়াৰ সমান্তৰালকৈ জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰি ঘটনাৰ তদন্ত । এয়া দুৰ্ঘটনা, আত্মহনন নে পৰিকল্পিত হত্যাকাণ্ড ? আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.