ETV Bharat / city

কাইলৈৰ পৰা ৰাজ্যত সুৰাৰ বিপনী খোলাৰ নিৰ্দেশ আৱকাৰী বিভাগৰ - পুৱা ১০ বজাৰ পৰা ৫ বজালৈ খোলা থাকিব সুৰাৰ বিপনীসমূহ

কাইলৈৰ পৰা ৰাজ্যত সুৰাৰ বিপনী খোলা হ'ব ৷ এই নিৰ্দেশ আৱকাৰী বিভাগৰ ৷

আৱকাৰী বিভাগৰ নিৰ্দেশ
ৰাজ্যত সুৰাৰ বিপনী খোলাৰ নিৰ্দেশ আৱকাৰী বিভাগৰ
author img

By

Published : Apr 12, 2020, 9:21 PM IST

গুৱাহাটী, 12 এপ্ৰিল : মেঘালয়ৰ পাচত এইবাৰ অসমতো খুলিব সুৰাৰ বিপনী । সোমবাৰৰ পৰা বিপনী খোলাৰ নিৰ্দেশ প্ৰদান কৰিছে আৱকাৰী বিভাগে । পুৱা ১০ বজাৰ পৰা ৫ বজালৈ খোলা থাকিব সুৰাৰ বিপনীসমূহ ।

স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলিবলৈ ব্যৱসায়ীসকলক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে আৱকাৰী বিভাগে । নিয়ম ভংগ কৰিলে কঠোৰ শাস্তিৰো সন্মুখীন হ'ব সুৰা ব্যৱসায়ীসকল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.