উত্তৰ গুৱাহাটী, 22 জুলাই: অচিন ৰোগত আক্ৰান্ত হৈ বিগত দুবছৰ ধৰি শয্যাসংগী উত্তৰ গুৱাহাটীৰ এজন যুৱক ৷ নাম থানেশ্বৰ দাস ৷ চিকিৎসাৰ নামত ইতিমধ্যে থানেশ্বৰৰ পৰিয়ালটোৱে হেৰুৱালে নিজৰ মাটি-সম্পত্তি ৷ কিন্তু বৰ্তমানেও সুফল পোৱা নাই পৰিয়ালটোৱে ৷ দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আছে থানেশ্বৰৰ মাতৃয়ে ৷ এতিয়া থানেশ্বৰৰ চিকিৎসাৰ বাবে পৰিয়ালটোক প্ৰয়োজন কেইবা লক্ষাধিক টকাৰ ৷ সেয়েহে আশাৰে পৰিয়ালটোৱে বাট চাই আছে চৰকাৰৰ লগতে কোনো সদাশয় লোকলৈ ৷
দুবছৰে বিচনাখনেই একমাত্ৰ সাৰথি থানেশ্বৰ দাসৰ... - ETV BHARAT
নিয়তিৰ নিষ্ঠুৰতাত দিশহাৰা এটা পৰিয়াল ৷ অচিন ৰোগত আক্ৰান্ত উত্তৰ গুৱাহাটীৰ যুৱক থানেশ্বৰ দাসক প্ৰয়োজন আপোনাৰ কিছু সহায়ৰ...
২ বছৰ ধৰি বিচনাই একমাত্ৰ সাৰথি হোৱা থানেশ্বৰ দাসৰ কৰুণ কাহিনী..
উত্তৰ গুৱাহাটী, 22 জুলাই: অচিন ৰোগত আক্ৰান্ত হৈ বিগত দুবছৰ ধৰি শয্যাসংগী উত্তৰ গুৱাহাটীৰ এজন যুৱক ৷ নাম থানেশ্বৰ দাস ৷ চিকিৎসাৰ নামত ইতিমধ্যে থানেশ্বৰৰ পৰিয়ালটোৱে হেৰুৱালে নিজৰ মাটি-সম্পত্তি ৷ কিন্তু বৰ্তমানেও সুফল পোৱা নাই পৰিয়ালটোৱে ৷ দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আছে থানেশ্বৰৰ মাতৃয়ে ৷ এতিয়া থানেশ্বৰৰ চিকিৎসাৰ বাবে পৰিয়ালটোক প্ৰয়োজন কেইবা লক্ষাধিক টকাৰ ৷ সেয়েহে আশাৰে পৰিয়ালটোৱে বাট চাই আছে চৰকাৰৰ লগতে কোনো সদাশয় লোকলৈ ৷
Intro:*SLUG= NORTH GHY YOUNG BOY SERIOUS ILLNESS AID REQUESTED FROM PEOPLE*
*SCRIPT=* উত্তৰ গুৱাহাটীৰ এজন যুৱকৰ কৰুণ কাহিনী । যোৱা ২ বছৰে বিচনাই একমাত্ৰ সাৰথি থানেশ্বৰ দাসৰ । অচিন ৰোগত আক্ৰান্ত হৈ সম্পূৰ্ণ ভাৱে বিকল যুৱকজনৰ শৰীৰৰ অৰ্ধাংশ । Body:দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা যুৱকজনক চিকিৎসাৰ বাবে লাগে কেইবালক্ষ টকা । ঘৰৰ,মাটি-বাৰী, সা-সম্পতি বিক্ৰি কৰিও সুফল পোৱা নাই যুৱকজনে । মাতৃয়ে দিন হাজিৰা কৰি চলাই আছে তিনিজনীয়া পৰিয়ালটো । স্থানীয় বিধায়ক তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰাও পোৱা কোনো সহাৰি । ৰাইজৰ ওচৰত সহায়ৰ ভিক্ষা যুৱকজনৰ পৰিয়ালৰ । যুৱকজনক সম্পূৰ্ন সুস্থ হৈ উঠিবলৈ প্ৰয়োজন ৬ৰ পৰা ৭ লাখ টকা । Conclusion:অসমবাসীলৈ আৰ্থিক সাহাৰ্য খুজি উচুপি উঠিল থানেশ্বৰৰ মাতৃ । পৰিয়ালৰ সকলোৰে চকুত এতিয়া চকুলো আৰু চকুলো । পুত্ৰক সুস্থ কৰি তোলাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান পত্নীৰ । যদি কোনোবা হৃদয়বান লোকে থানেশ্বৰ দাসক সহায়ৰ হাত আগবঢ়াই তেন্তে উপকৃত হ'ব পৰিয়ালটো ।
বেংক একাউন্ট নং = 500110110009864
IFSC CODE = BKID0005001
শাখা= বেংক অফ ইণ্ডিয়া,উত্তৰ গুৱাহাটী,অভয়পুৰ শাখা
ফোন নং =6026368032
*VISUAL SEND BY MAIL*

Last Updated : Jul 22, 2019, 5:48 PM IST