ETV Bharat / city

দুই শিক্ষাৰ্থীয়ে উজ্বলালে সাই বিকাশ জুনিয়ৰ কলেজ

সপ্তদ্বীপ সাহা আৰু জীৱনজ্যোতি কলিতাই সাই বিকাশ জুনিয়ৰ কলেজলৈ কঢ়িয়াই আনিছে গৌৰৱ ৷

উজ্বলিছে সাই বিকাশ জুনিয়ৰ কলেজ
author img

By

Published : May 25, 2019, 6:49 PM IST

গুৱাহাটী, 25 মে' : চৰকাৰীখণ্ডৰ মহাবিদ্যালয়সমূহক পিচ পেলাই উজ্বলিছে ইখনৰ পাচত সিখন ব্যক্তিগত খণ্ডৰ জুনিয়ৰ কলেজ ৷ দুগৰাকী শিক্ষাৰ্থীৰ স্থান লাভেৰে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত জিলিকি উঠিছে গুৱাহাটীৰ সাই বিকাশ জুনিয়ৰ কলেজ ৷ জুনিয়ৰ কলেজখনৰ দুগৰাকী ছাত্ৰ সপ্তদ্বীপ সাহা আৰু জীৱনজ্যোতি কলিতাই বিজ্ঞান শাখাত ক্ৰমে ষষ্ঠ আৰু অষ্টম স্থান লাভেৰে কলেজখনলৈ কঢ়িয়াই আনিছে গৌৰৱ ৷ ইপিনে জুনিয়ৰ কলেজখনৰ 297 গৰাকী পৰীক্ষাৰ্থীৰ 289 গৰাকীয়েই লাভ কৰিছে প্ৰথম আৰু 7 গৰাকীয়ে লাভ কৰিছে দ্বিতীয় স্থান ৷

Intro:ব্যক্তিগত খণ্ডৰ জুনিয়ৰ কলেজ সমূহৰ ফলাফল চৰকাৰী খণ্ডৰ কলেজ সমূহতকৈ যথেষ্ট সন্তোষজনক। তাৰে মাজত এখন ব্যক্তিগত খণ্ডৰ জুনিয়ৰ কলেজ সাই বিকাশ জুনিয়ৰ কলেজ। মুঠ 297 জন পৰীক্ষৰ্থীয়ে এইবাৰ হায়াৰ চেকণ্ডাৰী পৰীক্ষাত অৱৰ্তীৰণ হৈছিল । 297 পৰীক্ষাৰ্থী ৰ 289 জনে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে 7 জনে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে। এইখন জুনিয়ৰ কলেজৰ পৰাই এজন নহয় দুজন কৈ ছাত্ৰই পাবলৈ সক্ষম হৈছে শীৰ্ষ 10 ৰ স্থান।ক্ৰমে সপ্তদ্বীপ সাহা আৰু জীৱনজ্যোতি কলিতাই ষষ্ঠ আৰু অষ্টম স্থান দখলেৰে সাই বিকাশ জুনিয়ৰ কলেজক জিলিকাই তুলিবলৈ সক্ষম হৈছে।

Body:জুনিয়ৰ কলেজ খনৰ অধক্ষ্যই জানিবলৈ দিয়াৰ মতে ছাত্ৰ ছাত্ৰী সকলক উপযুক্ত শিক্ষা আৰু উপযুক্ত প্ৰশিক্ষণ ৰে শিক্ষা দান কৰা হয় এই বিদ্যালয়ত। আগতীয়াকৈ স্থান দখল বাবে অধিক গুৰুত্ব প্ৰদান কৰিছিল। যিকোনো পৰীক্ষৰ বাবে উপযুক্ত হোৱাকৈ ইয়াত কছিং ক্লাছেছে লোৱা হয় বুলি জানিবলৈ দিলে অধ্যক্ষ গৰাকীয়ে।
bite:-অধ্যক্ষ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.