ETV Bharat / city

গড়চুকত ড্ৰাগছসহ আটক দুই সৰবৰাবকাৰী - seized container

কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত (অপৰাধ শাখা) ৰ নেতৃত্বত গড়চুকত ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ 16 টা কন্টেইনাৰত থকা 5.25 গ্ৰাম ওজনৰ হেৰ’ইন জব্দ ৷

two drug smagler arrest in gorchawk
গড়চুকত ড্ৰাগছসহ আটক দুই সৰবৰাবকাৰী
author img

By

Published : Jun 4, 2021, 10:59 PM IST

গুৱাহাটী, 4 জুন : কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত (অপৰাধ শাখা) ৰ নেতৃত্বত গড়চুকত ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ এই অভিযানত গড়চুকৰ 2 নং মচজিদ কলনীৰপৰা পৰা ৰফিকুল ইছলাম আৰু তেওঁৰ পত্নীক ড্ৰাগছসহ আটক কৰে ৷ দুয়োজন ব্যক্তিৰ পৰা আৰক্ষীয়ে 16 টা কন্টেইনাৰত থকা 5.25 গ্ৰাম ওজনৰ হেৰ’ইন জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

two drug smagler arrest in gorchawk
গড়চুকত ড্ৰাগছসহ আটক দুই সৰবৰাবকাৰী

ইয়াৰোপৰি ধৃত ৰফিকুলৰ জালুকবাৰীৰ সুন্দৰবৰীত থকা ভাড়াঘৰত তালাচী চলাই 2.65 গ্ৰাম আৰু কিছুমান টেবলেট থকা 142 টা খালী কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ ৰফিকুল ইছলামৰ ঘৰ বৰপেটা জিলাৰ হিলাত বুলি জানিব পৰা গৈছে ৷

ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষীয়ে 374/2021 এনডিপিএছ আইনৰ ইউ/এছ-22(বি) ধাৰাত এটা গোচৰ ৰুজু কৰিছে । ধৃত দুয়ো গৰাকীকে শনিবাৰে আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : হাতত লাঠী লৈ চিকিৎসালয়ত চিকিৎসা প্ৰদান চিকিৎসকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.