ETV Bharat / city

11বজাৰ শীৰ্ষ 10টা বাতৰি - undefined

11বজাৰ শীৰ্ষ 10টা বাতৰি

top-10-news-11am
11বজাৰ শীৰ্ষ 10টা বাতৰি
author img

By

Published : Nov 18, 2021, 11:04 AM IST

Happy Birthday Zubeen Garg : অব্যাহত থাকক সংগীতৰ সুৰীয়া যাত্ৰা

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজি ওপজাদিন ৷ আনুষ্ঠানিকভাৱে অনামিকা (১৯৯২) এলবামৰ দ্বাৰা সংগীতৰ জয়যাত্ৰা আৰম্ভ কৰা শিল্পীগৰাকীলৈ যাঁচিলো জন্মদিনৰ শুভকামনা ৷ অব্যাহত থাকক মৰমৰ শিল্পীগৰাকীৰ সংগীতৰ সুৰীয়া যাত্ৰা

Ind vs NZ 1st T20I : কিৱি বাহিনীৰ বিৰুদ্ধে পাঁচ উইকেটত জয়লাভ ভাৰতৰ

নিউজিলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত T20 শৃংখলাৰ প্ৰথমখন মেচত বুধবাৰে জয়লাভ কৰে ভাৰতে ৷ 63 ৰাণৰ বিস্ফোৰক ইনিংছ খেলা সূৰ্যকুমাৰ যাদৱক মেন অৱ দ্য মেছ ঘোষণা ৷

Gambler arrested : জুৱাৰ ঘাটি উচ্ছেদ কৰি আৰক্ষীয়ে আটক কৰিলে 14 টা জুৱাৰী

বৰপেটাত বৰপেটাৰ উপ-আৰক্ষী অধীক্ষক সমীৰ দত্ত বৰুৱাৰ নেতৃত্বত আটক 14 টা জুৱাৰীক ৷ জব্দ 1,04,940 টকা নগদ ধন, 14 টা মোবাইল হেণ্ডছেট আৰু 5খন বাইক ৷

Red alert in Chennai : অহা দুদিনত প্ৰৱল বৃষ্টিপাতৰ আশংকা

চেন্নাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৷ বৃহস্পতিবাৰে নিশাৰ পৰা চেন্নাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান বিভাগৰ ৷

Turtle rescued : মধুৰাবিলত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ

হোজাই জিলাত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ ৷ মন্নাছ আলীৰ ঘৰৰ সমীপত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছটো ৷ কাছটো উদ্ধাৰ কৰি বনবিভাগে এৰি দিয়ে লামডিং বনাঞ্চলত ৷

Har Ghar Dastak : নগাঁৱত টীকাকৰণ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ বিশেষ পৰ্যালোচনা বৈঠক

"Har Ghar Dastak" অভিযানৰ অধীনত নগাঁও জিলাত প্ৰত্যেককেই প্ৰথম পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ ৰাজ্য চৰকাৰৰ ৷ বুধবাৰে টীকাকৰণৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে ৷

নলবাৰীৰ চাৰিদিনীয়াকৈ আয়োজন বৰভাগ গ্ৰন্থমেলা

ক’ভিড মহামাৰীৰ বাবে বিগত প্ৰায় ডেৰবছৰ গ্ৰন্থৰ সুৱাসৰ পৰা বিৰত আছিল গ্ৰন্থপ্ৰেমী । এটা বিৰতিৰ পাছত অনুষ্ঠিত হোৱা বৰভাগ গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ সমাদৰ লাভ কৰিছে প্ৰকাশক সকলে ।

উৎ‍‍‍কোচ লৈ হাতেলোটে কৰায়ত্ত আৰক্ষী উপ পৰিদৰ্শক

হাইলাকান্দি থানাত নিয়োজিত হৈ আছিল উপ-পৰিদৰ্শকগৰাকী । ভূমি সংক্ৰান্তীয় গোচৰ নিষ্পত্তিৰ বাবে ৫ হাজাৰ টকা উৎকোচ লৈছিল আৰক্ষী বিষয়াগৰাকীয়ে ।

Assam Accord: অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ

জনতা ভৱনত মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত গঠিত উপ-সমিতিৰ দ্বিতীয়খন বৈঠক । বৈঠকত বিদেশী সমস্যা সমাধান তথা বিদেশীৰ সৈতে জড়িত প্ৰশাসনিক ব্যৱস্থাটো শক্তিশালী আৰু আসোঁৱাহমুক্ত কৰা, এন আৰ চিক বিদেশী নামমুক্ত কৰা, বিদেশী ন্যায়াধীকৰণসমূহ শক্তিশালী কৰা, বিদেশীৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হোৱা আদি বহুতো গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা ।

West Bengal Assembly: CBI-ED বিষয়াৰ বিৰুদ্ধে সদনত বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ তৃণমূলৰ

তৃণমূল কংগ্ৰেছৰ ৰোষত চিবিআই আৰু ইডিৰ দুই বিষয়া ৷ পশ্চিমবংগ বিধানসভাৰ অধ্যক্ষৰ নিৰ্দেশ অমান্য কৰাৰ বাবে তদন্তকাৰী সংস্থা দুটাৰ বিষয়াৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আনিলে তৃণমূলে ৷

For All Latest Updates

TAGGED:

news@11
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.