ETV Bharat / city

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jan 11, 2022, 11:09 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-11-am
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Covid 19 in India : বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 97,827 গৰাকী

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 97,827 গৰাকী লোক (India reports 97827 new covid cases in last 24 hours) ৷ মঙলবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 2.03 শতাংশ ৷

PM's photo removed from Covid certificate : ভেকচিন চাৰ্টিফিকেটৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰী ফটো

দেশত বৃদ্ধি পাইছে ক’ভিড 19 ৰ সংক্ৰমণ (Covid 19 cases increase in India) ৷ শেহতীয়াকৈ দেশৰ কেইবাগৰাকীও ৰাজনৈতিক নেতা আক্ৰান্ত হৈছে কৰ’ণাত (Most of Political leaders in India tested Corona positive) ৷ ইয়াৰ মাজতে আকৌ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনী আচৰণবিধি জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত কৰ’ণা ভেকচিনৰ চাৰ্টিফিকেটত থকা প্ৰধানমন্ত্ৰী মোডীৰ ফটো আঁতৰ (Health Ministry removed photo of PM Modi from Covid 19 vaccine certificates) কৰিবলগা হৈছে ৷

Covid 19 cases increase in Assam : ৰাজ্যত নতুনকৈ 2198 গৰাকী লোক কৰ’ণাত আক্ৰান্ত

সমগ্ৰ দেশৰ লগতে অসমতো বিশেষকৈ গুৱাহাটীত ক’ভিড-19 দ্ৰুতগতিত বৃদ্ধি (Covid 19 cases increase in Assam) পাবলৈ ধৰিছে ৷ বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা (Guwahati city becomes Covid hotspot) ভয়াৱহ ৰূপত বাঢ়ি আছে ৷ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি, সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ২,১৯৮ গৰাকী লোক ক'ভিড 19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰে ৭৬০ গৰাকী লোক গুৱাহাটী মহানগৰীৰ ৷

Journalist Bikash Moran Passes Away : তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা

সাংবাদিক বিকাশ মৰাণৰ আত্মহনন (Journalist Bikash Moran Commits suicide) ৷ সোমবাৰে নিশা প্ৰায় 11 মান বজাত পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে সাংবাদিকগৰাকীয়ে । মৰাণৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

Asomi Saras Mela 2022 : জিলা উপায়ুক্তৰ নিৰ্দেশত তাৎক্ষণিকভাৱে বন্ধ অসমী সৰস মেলা

ক'ভিডৰ নীতি-নিয়ম উলংঘন কৰি তেজপুৰত অসমী সৰস আৰু ভোগালী মেলা (Asomi Saras Mela 2022 held at Tezpur) অনুষ্ঠিত কৰাৰ অভিযোগ (Asomi Saras Mela 2022 violate Covid norms) ৷ সৰস মেলাৰ বিপণীৰ এগৰাকী মহিলাৰ দেহত ক'ভিড-19 ৰ উপস্থিতি (one women tested covid positive in asomi saras mela 2022) ৷

Prescription Forgery in GMCH : ভুৱা প্ৰেছক্রিপচনেৰে ঔষধ নিবলৈ আহি আটক দালাল

এইবাৰ প্ৰেছক্ৰিপশ্যন নকল কৰি হাতে-লোটে ধৰা পৰিল এটা দালাল । ভুৱা প্ৰেছক্ৰিপশ্যনেৰে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ঔষধ সংগ্ৰহ কৰি বিক্ৰী কৰাৰ পিছতে কৰায়ত্ব হয় দালালটো (Forgery of prescription in GMCH) ৷

Pre Poll violence in Manipur : প্ৰাক নিৰ্বাচনী হিংসাত মণিপুৰত দুজনৰ মৃত্যু

নিৰ্বাচনৰ পূৰ্বে মণিপুৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা (Pre Poll violence in Manipur) ৷ নিৰ্বাচনকেন্দ্ৰিক এই ঘটনাত মৃত্যুবৰণ কৰিছে দুজনকৈ লোকে ৷

যৌন সম্ভোগৰ বাবে সংগী সাল-সলনি কৰি বিপদত একাধিক দম্পতী

বিবাহৰ সম্পৰ্কক কেৱল মাত্ৰ শৰীৰ সৰ্বস্ব এক সম্পৰ্কৰূপে কৰি প্ৰতিষ্ঠা কৰি ইয়াক লৈ ব্যৱসায় কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল একাধিক দম্পতী ৷ যৌন সম্ভোগৰ বাবে সংগী সলনি কৰা (Exchange of partners for sex) এই বৃহৎ চক্ৰ এতিয়া আছে আৰক্ষীৰ নিৰীক্ষণত ৷ সবিশেষ জানো আহক ৷

Controversy over ethanol added petrol : মঙলবাৰৰে পৰা ডিপোসমূহত নাটনি হ’ব পেট্ৰ’লৰ

মহানগৰীত মঙলবাৰৰে পৰা নাটনি হব পেট্ৰ’লৰ ৷ ৰাজ্যৰ তেল ডিপোসমূহত সোমবাৰৰে পৰা কাৰ্যকৰী হোৱাকৈ সাধাৰণ পেট্ৰ'লৰ পৰিৱৰ্তে ইথানল মিহলি পেট্ৰ'ল গ্ৰাহকক বিক্ৰী কৰিবলৈ তেল কোম্পানীসমূহে দিয়া নির্দেশনাত (Selling of ethanol added petrol in NE) তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি উত্তৰ-পূৱ ভাৰত পেট্ৰ'লিয়াম ডিলাৰ্ছ এছ’চিয়েচনে এতিয়া লৈছে ইথানল মিহলি পেট্ৰ’ল বিক্ৰী নকৰাৰ সিদ্ধান্ত (NPDA on Selling ethanol added petrol in NE) ।

মাতৃ-পিতৃ বন্দনা : ৭০ শতাংশ কৰ্মচাৰীয়ে কটালে বিশেষ ছুটী

'মাতৃ-পিতৃ বন্দনা' শীৰ্ষক ৰাজ্য চৰকাৰে আৰম্ভ কৰা নতুন আঁচনিৰ (Matri Pitri vandana by Assam Goverment) সুবিধা আদায় কৰি ৰাজ্য চৰকাৰৰ প্ৰায় ৭০ শতাংশ কৰ্মচাৰীয়ে পৰিয়ালৰ সৈতে পাৰ কৰিলে সময় ৷ সবিশেষ জানো আহক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.