ETV Bharat / city

দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী সুবাসনা দত্ত

শুকুৰবাৰে পুৱা কন্ঠশিল্পী সুবাসনা দত্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কন্ঠশিল্পীগৰাকী বৰ্তমান এক্সেল কেয়াৰ হস্পিতালত চিকিৎসাধীন ৷

author img

By

Published : Apr 19, 2019, 11:11 AM IST

কন্ঠশিল্পী সুবাসনা দত্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
  • ৰঙিয়াত কন্ঠশিল্পী সুবাসনা দত্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
  • বঙাইগাঁৱত অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো
  • শুকুৰবাৰে পুৱা ৫ বজাত ৰঙিয়াত সংঘটিত হয় এই দুৰ্ঘটনা
  • গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সুবাসনা দত্ত
  • বৰ্তমান বৰাগাঁৱৰ এক্সেল কেয়াৰ হস্পিতালত চিকিৎসাধীন কন্ঠশিল্পীগৰাকী
  • মুখমণ্ডলত আঘাতপ্ৰাপ্ত কণ্ঠশিল্পীগৰাকী

সংগীত শিল্পী সুবাসনা দত্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

পুৱা ৫মান বজাত ৰঙিয়াত সংঘটিত হয় এই দুৰ্ঘটনা।

গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত সুবাসনা দত্তক বৰ্তমান বৰাগাঁৱৰ এক্সেল কেয়াৰ হস্পিতালত চিকিৎসাধীন।

মুখমণ্ডলত যথেষ্ট আঘাত পাইছে কণ্ঠশিল্পীগৰাকীয়ে।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.