ETV Bharat / city

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটীস্থিত বাসগৃহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা - tight security CJ's House Guwahati

অযোধ্যা বিবদমান ৰায়দানক লৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটীস্থিত গীতানগৰৰ বাসগৃহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটীস্থিত বাসগৃহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
author img

By

Published : Nov 9, 2019, 12:57 PM IST

Updated : Nov 9, 2019, 1:19 PM IST

গুৱাহাটী, 9 নৱেম্বৰ: মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটীস্থিত বাসগৃহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা বেষ্টনী গঢ়ি তোলা হৈছে । মহানগৰীৰ গীতানগৰত থকা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বাসগৃহৰ চৌপাশে নিৰাপত্তাৰক্ষীৰ অৱস্থান ৷ অযোধ্যাৰ বিবদমান ৰায়দানক লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত গগৈৰ গুৱাহাটীৰ গীতানগৰৰ বাসগৃহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হয় ৷

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটীস্থিত বাসগৃহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

পুৱাৰ পৰাই আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়েন কৰা হয় বাসগৃহৰ সন্মুখত । বাসগৃহৰ ভিতৰত আৰু চৌহদৰ চাৰিও পাশে গঢ়ি তোলা হৈছে অভেদ্য নিৰাপত্তা বেষ্টনী ।

Intro:মুখ্য মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটী স্থিত বাসগৃহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি । পুৱাৰ পৰাই আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়ন কৰা হৈছে । বাসগৃহতোৰ ভিতৰত আৰু চৌহদৰ চাৰি পাশে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ।Body:মুখ্য মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটী স্থিত বাসগৃহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি । পুৱাৰ পৰাই আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়ন কৰা হৈছে । বাসগৃহতোৰ ভিতৰত আৰু চৌহদৰ চাৰি পাশে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ।Conclusion:মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটী স্থিত বাসগৃহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি । পুৱাৰ পৰাই আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়ন কৰা হৈছে । বাসগৃহতোৰ ভিতৰত আৰু চৌহদৰ চাৰি পাশে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ।
Last Updated : Nov 9, 2019, 1:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.