ETV Bharat / city

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : প্ৰথম দহটা স্থানত উজলিল 42 গৰাকী

ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ৰাজ্যৰ শীৰ্ষ দহটা স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকল -

প্ৰথম দহটা স্থানত উজলিল 42 গৰাকী
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
author img

By

Published : Jun 6, 2020, 8:59 AM IST

সৰ্বমুঠ-595 নম্বৰেৰে প্ৰথম স্থান দখল কৰিছে দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই ৷

সৰ্বমুঠ-594 নম্বৰেৰে দ্বিতীয় স্থানত ডিব্ৰুগড় জিলাৰ ছল্ট ব্ৰুক স্কুলৰ অলংকৃতা গৌতম বৰুৱা ৷

সৰ্বমুঠ-591 নম্বৰেৰে তৃতীয় স্থান লাভ কৰিছে ক্ৰমে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী দেবিস্মা প্ৰিয়া বৰা, নলবাৰী জিলাৰ বৰভাগ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ জ্যোতিস্মান দেৱশৰ্মা আৰু গুৱাহাটী ছেইন্ট মেৰিজ স্কুলৰ ছাত্ৰী চাকী জি বুল্টনে ৷

সৰ্বমুঠ-590 নম্বৰেৰে চতুৰ্থ স্থানত ক্ৰমে নলবাৰী লিটল ফ্লাৱাৰ স্কুলৰ নমস্যা ডেকা আৰু দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা ৷

সৰ্বমুঠ-589 নম্বৰেৰে পঞ্চম স্থান লাভ কৰিছে ক্ৰমে ডিব্ৰুগড় জিলাৰ নিলমনি আদৰ্শ জাতীয় বিদ্যালয়ৰ মানস উত্তম নেওগ, বেজেৰাৰ উদয়ন শান্তি নিকেতনৰ অংকুৰজ্যোতি বেজবৰুৱা আৰু নলবাৰী জিলাৰ কৰিয়া উচ্চতম মাধ্যমিক বিদ্যালয়ৰ হিৰকজ্যোতি বৈশ্যই ৷

সৰ্বমুঠ 588 নম্বৰেৰে ষষ্ঠ স্থান দখল কৰিছে ক্ৰমে বৰপেটা জিলাৰ মাৰিয়ান হাইস্কুলৰ হৰ্ষ বৰ্ধন মহেশ্বৰী, গোলাঘাট জিলাৰ ছেক্ৰেড হাৰ্ট হাইস্কুলৰ হৰিদ্ৰ বৰা, লখিমপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ৰনুজ জ্যোতি বৰুৱা আৰু শিৱসাগৰৰ ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিমাশ্ৰী বৰুৱাই ৷

সৰ্বমুঠ 587 নম্বৰেৰে সপ্তম স্থান দখল কৰিছে ক্ৰমে নৰ্থ লখিমপুৰৰ ছেইন্ট মেৰিজ হাইস্কুলৰ অভিলাষা দত্ত আৰু নগাঁও জিলাৰ ছেইন্ট এন্ঠনীজ ইংলিছ স্কুলৰ জলক ঝালানে ৷

সৰ্বমুঠ 586 নম্বৰেৰে অষ্টম স্থান দখল কৰিছে ক্ৰমে কাছাৰ জিলাৰ হলী ক্ৰছ স্কুলৰ অনিছা ৰয়, ৰামদিয়াৰ শংকৰদেৱ বিদ্যা নিকেতনৰ নিখিলেশ দত্ত, লখিমপুৰৰ ব্ৰুকফিল্ড স্কুলৰ ছিমৰন বৰা, শিৱসাগৰ জিলাৰ নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনৰ অন্তৰীক্ষ হাজৰিকা আৰু ডুমডুমাৰ ডন বস্ক' হাইস্কুলৰ অন্বেষা চাংকাকতিয়ে ৷

সৰ্বমুঠ 585 নম্বৰেৰে নৱম স্থান দখল কৰিছে ক্ৰমে দৰঙৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ভৃগু মোহন কুমাৰ, কাকডোঙাৰ শংকৰদেৱ শিশু নিকেতনৰ ৰাজদ্বীপ বৰুৱা, গোলাঘাট জাতীয় বিদ্যালয়ৰ নিহাৰিকা ভৰালী, পলাশতল কাশামাৰী হাইস্কুলৰ শিল্পী শিখা ডেকা, নলবাৰী জিলাৰ বাহাৰঘাট শংকৰদেৱ শিশু নিকেতনৰ মাছুম মেহতাব, বাহাৰঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ ইমন বৈশ্য, মৰানহাটৰ ছেইন্ট জোছেফ হাই স্কুলৰ অভিনৱ গগৈ, তিনিচুকীয়া জিলাৰ ছেইন্ট ষ্টিফেন হাইস্কুল অবিনাশ কেওট, অসম জাতীয় বিদ্যালয়, নুনমাটিৰ অনন্যা মেধি আৰু গুৱাহাটীৰ হেপ্পী চাইন্ড হাইস্কুলৰ নিৰজ খেতানে ৷

সৰ্বমুঠ 584 নম্বৰেৰে দশম স্থান দখল কৰিছে ক্ৰমে বৰপেটা জিলাৰ শংকৰদেৱ শিশু নিকেতনৰ পুজা বেনাৰ্জী, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেৰণা ডেকা, শিলচৰ কলেজিয়েট স্কুলৰ পৰ্চা তাছনিম বৰভূঞা, ডিব্ৰুগড়ৰ ছেইন্ট জেভিয়াৰ্ছ স্কুলৰ অনন্দিতা কোঁৱৰ, কামৰূপৰ ৰামদিয়া শংকৰদেৱ বিদ্যা নিকেতনৰ ভাৰ্গৱজ্যোতি দাস, কাৰ্বি আংলঙৰ ক্লিৰদাপ শংকৰদেৱ শিশু নিকেতনৰ অলিন্দিতা কলিতা, নৰ্থ লখিমপুৰৰ ছেইন্ট মেৰিজ হাইস্কুলৰ ডিৱিজ বিকাশ, নগাঁও জিলাৰ গুড ছামাৰিটান ইংলিছ হাইস্কুলৰ অংকিতা দে', নগাঁৱৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ঋত্বিক কুমাৰ সুত, নলবাৰী জিলাৰ আনন্দ বিদ্যা নিকেতনৰ শশাংক হালৈ আৰু শোণিতপুৰৰ লিটল ষ্টাৰ স্কুলৰ মিছবাহুল কৰিমে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.