ETV Bharat / city

মহানগৰীৰ নেহৰু ষ্টেডিয়ামত একতাৰ দৌৰত মুখ্যমন্ত্ৰী - sardar ballav bhai patel

বুধবাৰে দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস ৷ মহানগৰীত ফ্লেগ অফ কৰি একতাৰ দৌৰ মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Oct 31, 2019, 10:46 AM IST

গুৱাহাটী,31অক্টোবৰঃ বুধবাৰে চৰ্দাৰ বল্লভ ভাই পেটেলক সোঁৱৰণ কৰি দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস ৷ সমগ্ৰ দেশৰ লগতে মহানগৰীৰ নেহৰু ষ্টেডিয়ামতো ৰাজ্যিক পৰ্যায়ত আয়োজন কৰা হয় একতাৰ দৌৰ । একতা দিৱসৰ লগত সংগতি ৰাখি নেহৰু ষ্টেডিয়ামৰ পৰা লতাশিল খেলপথাৰলৈ উলিওৱা হয় এই একতাৰ দৌৰ । ফ্লেগ অফ কৰি একতাৰ দৌৰ মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখ্য যে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,আৰক্ষী বিভাগৰ লোক,খেল জগত আৰু সাংস্কৃতিক জগতৰ লগত জড়িত বহুকেইজন ব্যক্তিয়ে অংশ লয় এই দৌৰত ।

মহানগৰীৰ নেহৰু ষ্টেডিয়ামত একতাৰ দৌৰ

Intro:All visual sent by live u
সমগ্ৰ দেশৰ লগতে মহানগৰীৰ নেহৰু ষ্টেডিয়ামতো ৰাজ্যিক পৰ্য্যায়ত আয়োজন কৰা হয় একতাৰ দৌৰ। একতা দিৱসৰ লগত সংগতি ৰাখি নেহৰু ষ্টেডিয়ামৰ পৰা লতাশিল খেলপথাৰলৈ উলিওৱা হয় একতাৰ দৌৰ।

Body:ফ্লেগ অফ কৰি একতাৰ দৌৰ মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী , আৰক্ষী বিভাগৰ লোক, খেল জগত আৰু সাংস্কৃতিক জগতৰ লগত জড়িত বহুকেইজন ব্যক্তিয়ে অংশ লৈছে এই দৌৰত।
Conclusion:আজি লৌহ মানব চৰ্দাৰ বল্লভ ভাই পেটেলৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ জন্মদিন, এইসন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, মই ৰাইজৰ লগত আছো,ৰাইজক শ্ৰদ্ধা জনাইছো।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.