গুৱাহাটী, 26 অক্টোবৰঃ এইবাৰ ৰত্নাকৰ উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নিজৰ পকেটৰ পইচাৰে মুখ্যমন্ত্ৰী সোণোৱালে সতীথ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ বিজয়া চক্ৰৱৰ্তী, সুমন হৰিপ্ৰিয়া আৰু বিধায়িকা আঙুৰলতা ডেকাৰ লগত একেলগে উপভোগ কৰে বহু প্ৰত্যাশিত অসমীয়া ছবি ৰত্নাকৰ ৷ যতীন বৰা পৰিচালিত তথা অভিনিত ছবি ৰত্নাকৰ চাবলৈ ভিৰ কৰিছে এজনৰ পিছত আনজন ৰাজনেতা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংবাদমাধ্যমক জনায় যে কাঞ্চনজঙ্ঘা, বুলবুল কেন চিং, আৰু ৰত্নাকৰ ছবিয়ে অসমীয়া ছবিৰ দিন ঘূৰাই আনিছে । এতিয়া ৰত্নাকৰ ছবিৰ এই সফলতাৰ পিছত এতিয়া অসমীয়া ছবি নিৰ্মাতা সকললৈ আহিছে সোণালী দিন । অনাগত দিনত এতিয়া দেখিবলৈ পোৱা যাব আহিব লগা নতুন অসমীয়া ছবিক কেনেদৰে আদৰি লব অসমৰ দৰ্শকে ৷
ৰত্নাকৰ উপভোগ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - সুমন হৰিপ্ৰিয়া
এইবাৰ ৰত্নাকৰ উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
গুৱাহাটী, 26 অক্টোবৰঃ এইবাৰ ৰত্নাকৰ উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নিজৰ পকেটৰ পইচাৰে মুখ্যমন্ত্ৰী সোণোৱালে সতীথ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ বিজয়া চক্ৰৱৰ্তী, সুমন হৰিপ্ৰিয়া আৰু বিধায়িকা আঙুৰলতা ডেকাৰ লগত একেলগে উপভোগ কৰে বহু প্ৰত্যাশিত অসমীয়া ছবি ৰত্নাকৰ ৷ যতীন বৰা পৰিচালিত তথা অভিনিত ছবি ৰত্নাকৰ চাবলৈ ভিৰ কৰিছে এজনৰ পিছত আনজন ৰাজনেতা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংবাদমাধ্যমক জনায় যে কাঞ্চনজঙ্ঘা, বুলবুল কেন চিং, আৰু ৰত্নাকৰ ছবিয়ে অসমীয়া ছবিৰ দিন ঘূৰাই আনিছে । এতিয়া ৰত্নাকৰ ছবিৰ এই সফলতাৰ পিছত এতিয়া অসমীয়া ছবি নিৰ্মাতা সকললৈ আহিছে সোণালী দিন । অনাগত দিনত এতিয়া দেখিবলৈ পোৱা যাব আহিব লগা নতুন অসমীয়া ছবিক কেনেদৰে আদৰি লব অসমৰ দৰ্শকে ৷
Body:যতীন বৰা পৰিচালিত তথা অভিনয় কৰা ছবি ৰত্নাকৰ চাবলৈ এতিয়া ভিৰ কৰিছেহি এজনৰ পিছত আন জন ৰাজনৈতিক নেতাই। শনিবাৰে 9.30 বজাৰ show চাবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিধায়িকা আঙুৰলতা, সুমন হৰিপ্ৰিয়া, বিজয়া চক্ৰৱৰ্তী লগতে উপস্থিত হয় আন আন বহু লোক। সৰ্বানন্দ সোণোৱালে সংবাদমাধ্যমৰ আগত কয় যে আগৰে পৰা টিকট কাটি ছবি চোৱাৰ অভ্যাস থকাৰ বাবে টিকট কাটি ছবি চাব তেওঁ। লগতে কাঞ্চনজঙ্ঘা, বুলবুল কেন চিং, আৰু ৰত্নাকৰ ছবিয়ে অসমীয়া ছবিৰ দিন ঘূৰাই আনিছে ।
Bite:- সৰ্বানন্দ সোণোৱাল।
Conclusion:ৰত্নাকৰ ছবিৰ এই সফলতাৰ পিছত এতিয়া অসমীয়া ছবি নিৰ্মাতা সকললৈ আহিছে সোণালী দিন। অনাগত দিনত এতিয়া দেখিবলৈ পোৱা যাব আহিব লগা নতুন অসমীয়া ছবিক কেনেদৰে আদৰি লব অসমৰ দৰ্শকে।