ETV Bharat / city

প্ৰতীক হাজেলাৰ বদলিকৰণ : ৰাজ্যজুৰি প্ৰতিক্ৰিয়া - প্ৰতীক হাজেলাৰ বদলিকৰণ : ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

প্ৰতীক হাজেলাৰ বদলিকৰণক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন জনে ৷ উপমন্যু হাজৰিকা আৰু শিলাদিত্য দেৱেও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

প্ৰতীক হাজেলাৰ বদলিকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া
author img

By

Published : Oct 18, 2019, 4:18 PM IST

গুৱাহাটী,18 অক্টোবৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বদলিকৰণক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন মহলত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে নিৰাপত্তাজনিত কাৰণত হাজেলাক মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ জাৰি কৰাৰ পাচতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা আৰু হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে ৷

প্ৰতীক হাজেলাৰ বদলিকৰণ সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি উপমন্যু হাজৰিকাই কয় যে,হাজেলাৰ বদলিকৰণে নাগৰিকপঞ্জীৰ পুনৰ পৰীক্ষণৰ পথ প্ৰশস্ত কৰিব। লগতে তেওঁ কয়,নাগৰিকপঞ্জীখন ক্ৰটিপূৰ্ণ হোৱাৰ লগতে বহুসংখ্যক বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে,সেয়েহে পুনৰ পৰীক্ষণৰ দাবী উত্থাপিত হৈ আহিছে ৷

বিপৰীতে তিনি বছৰ ধৰি প্ৰতীক হাজেলা এজন ভাল ব্যক্তি নহয় বুলি মন্তব্য কৰি আহিছে শিলাদিত্য দেৱে ৷ তেওঁৰ দৰে এজন ভ্ৰষ্টাচাৰী নেতাৰ বাবেই অসমৰ জনগণই শুদ্ধ এন আৰ চি লাভ নকৰিলে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

Intro:গুৱাহাটী, ১৮ অক্টোবৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বদলিক কেন্দ্ৰ কৰি বিভিন্ন মহলত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে নিৰাপত্তাজনিত কাৰণত হাজেলাক মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ জাৰি কৰাৰ পিছত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই কয় যে হাজেলাৰ বদলিয়ে নাগৰিকপঞ্জীৰ পুণৰ পৰীক্ষণৰ পথ প্ৰশস্ত কৰিলে।Body:তেওঁ আৰু কয় যে নাগৰিকপঞ্জীখন ত্ৰুটিপূৰ্ণ আৰু ইয়াত বহুসংখ্যক বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে, যাৰ বাবে ইয়াৰ পুণৰ পৰীক্ষাৰ দাবী উঠি আহিছে। কিন্তু কৌশলীভাবে হাজেলাই এই বিষয়টো এৰাই চলিছিল।Conclusion:এতিয়া তেওঁৰ বদলিৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছত নাগৰিকপঞ্জীৰ পুণৰ পৰীক্ষণৰ পথ প্ৰশস্ত হ'ল বুলি মন্তব্য কৰে উপমন্যু হাজৰিকাই।

( উপমন্যু হাজৰিকাৰ ইংৰাজী বাইটো পঠাইছো নেছনেলৰ বাবে )

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.