ETV Bharat / city

প্ৰতীক হাজেলাৰ জীৱনলৈ ভাবুকিঃ তাৎক্ষণিক বদলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Oct 18, 2019, 12:31 PM IST

Updated : Oct 18, 2019, 1:20 PM IST

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক নিৰাপত্তাজনিত কাৰণত মধ্যপ্ৰদেশলৈ বদলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ. এফ. নৰিমান আৰু এছ. এ. ববৰেৰ বিচাৰপীঠে শুকুৰবাৰে এই নিৰ্দেশ প্ৰদান কৰে ।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা

গুৱাহাটী, 18 অক্টোবৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক নিৰাপত্তাজনিত কাৰণত মধ্যপ্ৰদেশলৈ বদলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ. এফ. নৰিমান আৰু এছ. এ. ববৰেৰ বিচাৰপীঠে শুকুৰবাৰে এই নিৰ্দেশ প্ৰদান কৰে । হাজেলাৰ এই বদলিক 'ইন্টাৰ কেডাৰ ট্ৰেঞ্চফাৰ' বুলি উল্লেখ কৰিছে তিনিজনীয়া বিচাৰপীঠৰ দলে ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তাৎক্ষণিকভাবে কাৰ্যকৰী কৰাকৈ এই নিৰ্দেশনা জাৰি কৰিছে ।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বদলিৰ নিৰ্দেশ

উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পূৰ্বৰে পৰা হাজেলাৰ ভূমিকাক লৈ শাসকীয় বিজেপি দল আৰু কেইবাটাও সংগঠনে প্ৰশ্ন উত্থাপন কৰি আহিছিল ৷ ইয়াৰোপৰি, চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাচতো হাজেলাৰ বিৰুদ্ধে দুটাকৈ গোচৰ পঞ্জীয়ন হৈছিল । এনেক্ষেত্ৰত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে হাজেলাৰ বদলিৰ নিৰ্দেশ জাৰি কৰাৰ ঘটনা তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে ।

1995 চনৰ অসম-মেঘালয়ৰ আই. এ. এছ. বিষয়া আছিল প্ৰতীক হাজেলা ৷

Intro:গুৱাহাটী, ১৮ অক্টোবৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক নিৰাপত্তাজনিত কাৰণত মধ্যপ্ৰদেশলৈ বদলি কৰা হৈছে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তাৎক্ষনিকভাবে কাৰ্যকৰী কৰাকৈ এই নিৰ্দেশনা জাৰি কৰিছে।Body:উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নৰিমান আৰু এছ এ ববৰেৰ বিচাৰপীঠে শুকুৰবাৰে এই নিৰ্দেশ প্ৰদান কৰে। হাজেলাৰ এই বদলিক " ইন্টাৰ কেডাৰ ট্ৰেঞ্চফাৰ " বুলি উল্লেখ কৰিছে তিনিজনীয়া বিচাৰপীঠখনে। মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পোৱা বা তাৰো পূৰ্বৰে পৰা হাজেলাৰ ভূমিকাক লৈ শাসকীয় বিজেপি দল আৰু কেইবাটাও সংগঠনে প্ৰশ্ন উল্থাপন কৰি আহিছিল।Conclusion:আনকি, চুড়ান্ত তালিকা প্ৰকাশৰ পিছতে প্ৰতীক হাজেলাৰ বিৰুদ্ধে দুটাকৈ গোচৰো পঞ্জীয়ন হৈছিল। তেনেক্ষেত্ৰত আজি উচ্চতম ন্যায়ালয়ে হাজেলাৰ বদলিৰ নিৰ্দেশ জাৰি কৰাৰ ঘটনা তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে।
Last Updated : Oct 18, 2019, 1:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.