- নিৰ্বাচনত বিজেপিৰে এন পি পিৰ মিত্ৰতা নহয়
- উত্তৰ -পূবৰ পঁচিশখন আসনত এককভাৱে প্ৰতিদ্বন্দিতা কৰিব NPP এ
- নিৰ্বাচনৰ ফলাফলৰ পাচতহে মিত্ৰতাৰ কথা ভাবিব বুলি উল্লেখ কনৰাড চাংমাৰ
- ৰেডিছন ব্লুৰ বৈঠকৰ পৰাই সংবাদ মাধ্যমৰ আগত এই ঘোষণা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰনিৰ্বাচনত বিজেপিৰে এন পি পিৰ মিত্ৰতা নহয়
NEDA ৰ বৈঠকৰ পৰাই মিত্ৰতা অস্বীকাৰ কনৰাড চাংমাৰ - LOKSABHA ELECTION
উত্তৰ-পূবৰ 25 খন আসনতে প্ৰতিদ্বন্দিতা কৰিব NPP এ ৷ ৰেডিছন ব্লুত উপস্থিত থাকি এককভাৱে প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কনৰাড চাংমাৰ ৷
![NEDA ৰ বৈঠকৰ পৰাই মিত্ৰতা অস্বীকাৰ কনৰাড চাংমাৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2676103-885-9f6fa707-aa3b-4606-b157-8fa341a91e63.jpg?imwidth=3840)
নিৰ্বাচনত বিজেপিৰে এন পি পিৰ মিত্ৰতা নহয়
- নিৰ্বাচনত বিজেপিৰে এন পি পিৰ মিত্ৰতা নহয়
- উত্তৰ -পূবৰ পঁচিশখন আসনত এককভাৱে প্ৰতিদ্বন্দিতা কৰিব NPP এ
- নিৰ্বাচনৰ ফলাফলৰ পাচতহে মিত্ৰতাৰ কথা ভাবিব বুলি উল্লেখ কনৰাড চাংমাৰ
- ৰেডিছন ব্লুৰ বৈঠকৰ পৰাই সংবাদ মাধ্যমৰ আগত এই ঘোষণা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰনিৰ্বাচনত বিজেপিৰে এন পি পিৰ মিত্ৰতা নহয়
Intro:ৰেডিচন ব্লু'ত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক।
বৈঠকত উপস্থিত আছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, মণিপুৰৰ মুখ্যমন্ত্ৰী, মণিপুৰৰ উপ মুখ্যমন্ত্ৰী।
অনাগত নিৰ্বাচনত বিজেপিৰে NPPৰ মিত্ৰতা নহয়।
নিৰ্বাচনৰ ফলাফলৰ পিছত মিত্ৰতাৰ কথা ভাবিব।
Body:উত্তৰ পূৰ্বাঞ্চলৰ ২৫খন আসনতে প্ৰতিদন্দ্বিতা কৰিব NPPয়ে।
বৈঠকৰ অন্তত এই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
Conclusion: HIRUL HAQUE I GUWAHATI