ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 3, 2022, 5:01 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

news-at-5
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Speaker of Maharashtra assembly:মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰ

বিগত কিছুদিন ধৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ চলা যুঁজখনৰ অন্ত পৰাৰ পিছত বিজেপি বিধায়ক ৰাহুল নাৰ্ভেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় (Rahul Narvekar elected as Maharashtra Assembly Speaker)। নাৰ্ভেকাৰে বিধানসভাত লাভ কৰে ১৬৪ টা ভোট ।

তাজমহলৰ ভিতৰত হিন্দু ধৰ্মৰ কোনো মূৰ্তি নাই !

তাজমহলৰ ভিতৰত হিন্দু দেৱ-দেৱীৰ মূৰ্তি থকা বুলি এক বিতৰ্ক অব্যাহত আছে (Taj Mahal controversy)। এই বিতৰ্কৰ অৱসান ঘটাই ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে স্পষ্ট উত্তৰ দিছে । আৰটিআইৰ প্ৰশ্নৰ উত্তৰত এএছআইয়ে ক'লে, প্ৰকৃততে তাজমহলৰ ভিতৰত দেৱ-দেৱীৰ মূৰ্তি নাই ।

ভোটৰ লালসাত আমাক আৰু ধৰুৱা নকৰিব : অপূৰ্ব ভট্টাচাৰ্য

বিজেপি চৰকাৰে উপাৰ্জনৰ উৎস হিচাপে কেৱল কৰ-কাটলৰ হাৰ বৃদ্ধিৰে পৰিস্থিতিৰ জোৰা মাৰিব বিচাৰিছে । বেংকৰ পৰা ঋণ লৈ জন্মদিন পতাৰ দৰে ৰাজ্যৰ উন্নয়ণ কৰিব বিচাৰিছে বিজেপি চৰকাৰে ৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ (APCC general secretary Apurba Bhattacharjee)৷

Ropeway service resumes : যাত্ৰীৰ বাবে পুনৰ মুকলি হ’ল গুৱাহাটীৰ লুইতৰ ওপৰত ৰ'পৱে সেৱা

গুৱাহাটীৰ লুইতৰ ওপৰত পুনৰ উপলব্ধ হ'ল ৰ'পৱে সেৱা । দেওবাৰৰ পৰা যাত্ৰীৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাত্ৰীৰ বাবে এই সেৱা (Guwahati to North Guwahati ropeway service resumes) ৷

Maharashtra Assembly Speaker election : সিন্দে চৰকাৰৰ আজি প্ৰথমটো অগ্নিপৰীক্ষা

দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন (Maharashtra Assembly Speaker election 2022)। শনিবাৰে সিন্দে চৰকাৰ আৰু মহা বিকাশ আঘাদীৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিছে । মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বৰ বিজেপি চৰকাৰে বিধায়ক ৰাহুল নাৰ্ভেকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আনহাতে বিৰোধী এমভিএ মিত্ৰজোঁটে শিৱসেনাৰ বিধায়ক ৰাজেন চালভিক অধ্যক্ষ পদৰ বাবে মনোনীত কৰিছে ।

হায়দৰাবাদত কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ বিজেপিৰ লক্ষ্য...!

শনিবাৰৰ পৰা তেলংগানাৰ হায়দৰাবাদ চহৰত অনুষ্ঠিত হৈছে বিজেপি দলৰ ৰাষ্ট্ৰয় কাৰ্যনিৰ্বাহক সভা (BJP National Executive meeting)। কেইবাখনো ৰাজ্যত আহি থকা নিৰ্বাচনৰ বাবে এই বৈঠক অতি গুৰুত্বপূৰ্ণ । বৈঠক হায়দৰাবাদত অনুষ্ঠিত কৰাৰো কেইবাটাও উদ্দেশ্য আছে বিজেপিৰ ।

দম্পতীৰ মাজত আৱেগিক দূৰত্ব কেতিয়া বাঢ়ে ?

দম্পতীৰ মাজত আৱেগিক দূৰত্ব বিভিন্ন কাৰণত বাঢ়িব পাৰে (Emotional distance between couples)। একেলগে থাকিও কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিব পাৰে । এনে ধৰণৰ অনুভৱ সাধাৰণতে মধ্য বয়সত হয় । আৱেগিক দূৰত্ব বাঢ়িলে বিভিন্ন ধৰণৰ চাপ, দুখ, নিৰাশা আৰু আনকি আত্মবিশ্বাসৰ অভাৱ হ'ব পাৰে । এইটো কিয় হ'ব পাৰে তাৰ ৩ টা কাৰণ ইয়াত উল্লেখ কৰা হৈছে ।

টিংখাঙত শেষকৃত্য সম্পন্ন প্ৰখ্যাত লোকবাদ্য শিল্পী তুলসী ওজাৰ

লোকবাদ্যৰ সাধক, ঢোল যাদুকৰ তুলসী ওজা আৰু নাই । টিংখাঙৰ ভালুকমাৰীৰ নিজা বাসগৃহত শনিবাৰে নিশা শেষকৃত্য সম্পন্ন হয় তুলসী ওজাৰ (Tribute to Tulasi Ojha) ৷

লাৰাৰ বিশ্ব অভিলেখ ভংগ কৰিলে বুমৰাহে

টেষ্ট ক্ৰিকেটত ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক যশপ্ৰীত বুমৰাহে ভংগ কৰিলে কিম্বদন্তি ক্ৰিকেট তাৰকা ব্ৰায়ান লাৰাৰ অভিলেখক । বুমৰাহে ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাৰ্চ ব্ৰডৰ এটা অভাৰত (Bumrah hits Broad for runs) ২৯ ৰাণ সংগ্ৰহ কৰি টেষ্ট ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়ে(Jasprit Bumrah world record) ।

মৰমলগা মুখাবৰণ তথা সাহসৰ সৈতে KKK ছিজন 12ত জন্নত জুবেইৰ-চাওক ফটো

জন্নত জুবেইৰ ৰহমানী এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টিভি অভিনেত্ৰী । ২০১০ চনত কেৰিয়াৰ আৰম্ভ কৰা বিখ্যাত অভিনেত্ৰীগৰাকী ছ'চিয়েল মিডিয়াত আছে । এইবাৰ তেওঁক ষ্টাণ্ট-আধাৰিত অনুষ্ঠান 'খতৰো কে খিলাড়ী-১২'ত বিপদজনক ষ্টাণ্ট প্ৰদৰ্শন কৰা দেখা যাব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.