ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 26, 2022, 4:59 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

news-at-5
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

ৰেডিশ্বনলৈ আৰু এজন বিসম্বাদীৰ আগমণ : অংক 47+1

হোটেল ৰেডিশ্বন ব্লুলৈ আৰু এজন বিসম্বাদীৰ আগমন ৷ এইপৰ্যন্ত 47 জন বিদ্ৰোহী বিধায়কে বাহৰ পতা হোটেলখনলৈ বুলি উৰা মাৰিছে মহাৰাষ্ট্ৰৰ আন এজন বিসম্বাদী তথা ৰাজ্যখন কেবিনেট মন্ত্ৰী উদয় সামন্তই (Maharashtra political crisis)৷

অৱশেষত হোটেল ৰেডিশ্বন ব্লুৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অৱশেষত ৰেডিশ্বন ব্লুৰ সন্মুখত দেখা গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ হোটেলখনৰ সন্মুখত গাড়ী ৰখাই সাংবাদিকৰে কৰিলে বাৰ্তালাপ ৷

Tripura By poll Update: মুখ্যমন্ত্ৰী ড৹ মানিক সাহাৰ জয়লাভ

ত্ৰিপুৰাত গেৰুৱা দলৰ সিংহাসন (BJP win 3 seats in Tripura By election)৷8 নং টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ পৰা জয়লাভ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাৰ জয়লাভ (CM Dr. Manik Saha wins) ৷

Accident in Karnataka:কৰ্ণাটকত পথ দুৰ্ঘটনাত 9 গৰাকী নিহত

কৰ্ণাটকৰ বেলাগাইত দেওবাৰে পুৱা অঘটন । বেলাগাভিলৈ এখন ক্ৰুইজাৰ বাহনত কাম কৰিবলৈ যোৱাৰ সময়ত প্ৰাণ হেৰুৱালে 9 গৰাকীয়ে ।

ATS ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তিস্তা চেতলৱাড়ৰ

গুজৰাটৰ হিংসাত্মক ঘটনা সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ দিয়া মানৱ অধিকাৰ কৰ্মী তিস্তা চেতলৱাড়ক গ্ৰেপ্তাৰ (Teesta Setalvad arrested)। গুজৰাট এটিএছয়ে মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰে মানৱ অধিকাৰ কৰ্মী তথা সাংবাদিকগৰাকীক । এটিএছে আক্ৰমণ কৰাৰ অভিযোগ তিস্তা চেতলৱাড়ৰ ।

বিসম্বাদী বিধায়কৰ ওলোটা খৰ: মধ্যস্থতা কৰিবলৈ শিৱসেনাৰ নেতাক কাতৰ অনুৰোধ বিৰোধী বিধায়কৰ

"ছাৰ, ৰাউটৰ কাৰণে এইটো ভুল হৈছিল, এতিয়া আপুনি মধ্যস্থতা কৰিব লাগিব ৷" গুৱাহাটীৰ পৰা শিৱসেনাৰ নেতাক ফোনযোগে সহায়ৰ ভিক্ষা বিসম্বাদী বিধায়ক ৰমেশ বৰ্ণাৰেৰ (Rebel Shivsena MLA Ramesh Bornare call for help) ৷

Shiv Sena crisis : স্বামীৰ দলৰ সংকট মোচনৰ চেষ্টা ৰশ্মি ঠাকৰেৰ

মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ শিৱসেনা চৰকাৰ তথা দল সংকটত (Maharashtra Shiv Sena crisis)। দলক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ৰণক্ষেত্ৰত নামিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰশ্মি ঠাকৰে । বিদ্ৰোহী বিধায়কৰ পত্নীসকলৰ সৈতে সঘনাই সংযোগ স্থাপন কৰিছে ৰশ্মি ঠাকৰেয়ে । একাংশ বিধায়কৰ পত্নীসকলে ৰশ্মি ঠাকৰেৰ আৱেগিক আবেদনৰ প্ৰতি সঁহাৰি জনাইছে ।

Tripura by poll Update: তিনিটা সমষ্টিত বিজেপি দলৰ অগ্ৰগতি

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱা 8 বজাৰ পৰা ত্ৰিপুৰাৰৰ চাৰিখন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে (Tripura By election 2022) ৷ তিনিওটা সমষ্টিত বিজেপি দলৰ অগ্ৰগতি (BJP leading)৷

মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি : ৰেডিশ্বন ব্লুৰ বুকিং আৰু তিনিদিনলৈ বৃদ্ধি

গুৱাহাটীৰ পৰা নিয়ন্ত্ৰিত হৈ থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ এতিয়ালৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই । শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিণ্ডেৰ নেতৃত্বত মহানগৰীৰ হোটেল ৰেডিশ্বন ব্লুত বাহৰ পতা ৪৭ জন বিসম্বাদী বিধায়কৰ লগতে আন নেতাৰ বাবে ৭০ টা কোঠা প্ৰথমে এসপ্তাহৰ বাবে বুক কৰা হৈছিল যদিও আৰু ৩ দিন অতিৰিক্তভাৱে কোঠাসমূহ বুকিং কৰা হৈছে । মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক হোটেল ৰেডিচন ব্লুত ৰখাৰ বাবদ ব্যয় হ'ব ডেৰকোটি টকাৰো অধিক ৷

ৰঙিয়াত বানৰ তাণ্ডৱ: বন্যাৰ্তৰ আৰ্তনাদ

ৰঙিয়াত কিছুদিন পূৰ্বে পুঠিমাৰী নৈৰ লগতে বৰলীয়া নৈৰ বানে চলাইছিল তাণ্ডৱ(Rangia people terrified after loosing everything in flood) ৷ কোনে শুনিব বানপীড়িতৰ কান্দোন ? কোনে সান্ত্বনা দিব বানত সৰ্বস্বান্ত হোৱা এওঁলোকক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.