ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 26, 2022, 5:03 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

news-at-5
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

ৰাজ্যৰ বনভূমিত সন্দেহজনক নাগৰিকৰ অবাধ বেদখল

একমাত্ৰ চৰ অঞ্চলতে নহয় একাংশ অনুপ্ৰৱেশকাৰী তথা সন্দেহজনক নাগৰিকে এতিয়া দখল কৰিছে ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী অভয়াৰণ্য সমূহৰ ভূমিও । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ২৮.০৯ বর্গ কিলোমিটাৰ (Encroachment in Manas national park), লাওখোৱা বন্যপ্রাণী অভয়াৰণ্যৰ (Encroachment in Laokhowa wild life century) ১.৩৪৮ বর্গ কিলোমিটাৰ, বুঢ়া চাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ (Burha chapori wild life century encroachment) ৫.১৩৫ বর্গ কিলোমিটাৰ, বৰাইল বন্যপ্রাণী অভয়াৰণ্য (Borail wild life century encroached) ২৪.৬৪ বর্গ কিলোমিটাৰ, আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ (Amsang wild life century)২.৭০ বৰ্গ কিলোমিটাৰ, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ৫ বৰ্গ কিলোমিটাৰ (Nameri national park), ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৫.৬১ বর্গ কিলোমিটাৰ (Dibru Saikhowa national park) ভূমি বেদখলকাৰীৰ কৱলত ।

বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত আটাইকে কঠোৰতম শাস্তি প্ৰদান কৰক : শৃংখল চলিহা

বটদ্ৰৱা কাণ্ডৰ লগত জড়িত আটাইকে কঠোৰতম শাস্তি প্ৰদান কৰক (Accused of Batadrava police station attack case)। ইয়াত কোনো জেহাদীৰ স্থান নাই, ইয়াত কোনো হিন্দু মৌলাবাদৰ স্থান নাই ৷ আমিনুল ইছলামে NIAৰ দ্বাৰা উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে ৷ বটদ্ৰৱাত উপস্থিত হৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ মন্তব্য ৷

প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে বাংগালুৰুলৈ উৰা মাৰিলে তেলেংগনাৰ মুখ্যমন্ত্ৰীয়ে

ক্ষন্তেকীয়া ভ্ৰমণসূচীৰে তেলেংগনাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । কিন্তু প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ পৰিৱৰ্তে আন ৰাজ্যলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাৱে (Telangana CM quits state before PM arrival)। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাকক্ষণত এনেদৰে আন ৰাজ্যলৈ মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ কৰাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া । ৰাজ্যিক বিজেপিৰ তীব্ৰ সমালোচনা ।

বিহাৰৰ অৰণ্যত উদ্ধাৰ দুৰ্ধৰ্ষ মাওবাদীৰ মৃতদেহ

মাওবাদীজনৰ মূৰৰ ওপৰত প্ৰশাসনে ৮৪ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰি থৈছিল (Sandeep was a Maoist with a reward of rupees 84 lakh)। ৫৫ বছৰীয়া সন্দীপ যাদৱৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যত ৫০০ ৰো অধিক গোচৰ ৰুজু হৈ আছে ।

Encounter in Kupwara : কুপৱাৰাত গুলীচালনাত নিহত তিনি সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ কুপৱাৰা(Encounter in Kupwara) ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত(Three LeT militants killed in an encounter) হয় । এক গোপন সূত্ৰৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত এই এনকাউণ্টাৰ আৰম্ভ হৈছিল ।

Minor Girl Raped: ঘৰত কোনো নথকাৰ সুযোগ লৈ ভতিজাকক ধৰ্ষণৰ চেষ্টা খুড়াকৰ

পুনৰ পোহৰলৈ আহিছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । এইবাৰ মৰাণত খুড়াকৰ কামনাৰ বলি হ’ল ভতিজাক (Minor Girl attempt to Rape) ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে এত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ ৷

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল : আনন্দ মিশ্ৰক অতিৰিক্তভাৱে ৰাজ্যিক অগ্নিনিৰ্বাপক সেৱা সংগঠনৰ উপ সঞ্চালকৰ দায়িত্ব

অসমৰ 9 গৰাকী শীৰ্ষ আৰক্ষী বিষয়াক বিভিন্ন পৰ্যায়লৈ সালসলনি(Reshuffle at the top level of Assam police) কৰা হৈছে ৷ গুৱাহাটীৰ সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (ক্ৰীড়া) আনন্দ মিশ্ৰক অতিৰিক্তভাৱে ৰাজ্যিক অগ্নিনিৰ্বাপক সেৱা সংগঠনৰ উপ সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

হোজাইৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোজাইৰ বিস্তীৰ্ণ অঞ্চল(Vast area of Hojai devastated by floods) । বানাক্ৰান্তৰ নাজল-নাথল অৱস্থা । বানত জুৰুলা ৰাইজৰ কাষত ঠিয় দিছে জনপ্ৰতিনিধি । হোজাইৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বানকান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ ল’লে যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই(MP Kamakhya Prasad Tasha in Hojai flood devastated area) ।

কৰণ জোহৰৰ বাৰ্থডে’ পাৰ্টীত গ্লেমাৰৰ পয়োভৰ

কৰণ জোহৰৰ বাৰ্থডে’ পাৰ্টীত ছবি জগতৰ অভিনেত্ৰীসকলে পৰিধান কৰা আকৰ্ষণীয় পোছাকসমূহ চাওক-

TV artist killed in Budgam : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

জম্মু-কাশ্মীৰৰ বুদগামত সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ । আক্ৰমণত এগৰাকী মহিলা নিহত (Woman shot dead by terrorists in Budgam)। আক্ৰমণত ১০ বছৰীয়া কিশোৰ এজনো আঘাতপ্ৰাপ্ত । ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত আৰক্ষী, নিৰাপত্তা বাহিনীৰ অনুসন্ধান আৰম্ভ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.