ETV Bharat / city

মোডী এতিয়া সকলোতে ! কি ৰং কি ফিছকাৰী সকলোতে মাথো মোডী

হোলীৰ বতৰত এতিয়া বজাৰ ভৰি পৰিছে মোডী ব্ৰেণ্ডেৰে

মোডী এতিয়া সকলোতে !
author img

By

Published : Mar 19, 2019, 5:40 PM IST

গুৱাহাটী,১৮ মাৰ্চঃ দেশত এতিয়া নিৰ্বাচনৰ বতৰ । চৌকিদাৰ মোডীৰ পৰা ফাকুৱাৰ ৰঙলৈকে সকলোতে মোডীৰ ব্যাপক চৰ্চা । ৰঙৰ উৎসৱ হোলীৰ বতৰত এইবাৰ ব্যাপক হাৰত চাহিদা বাঢ়িছে মোডী ব্ৰেণ্ডৰ । আবিৰৰ পৰা আৰম্ভ কৰি ফিছকাৰীলৈকে সকলোবোৰ সামগ্ৰীৰ এতিয়া মোডী ব্ৰেণ্ডত উপলব্ধ ।

হোলীৰ বতৰত এতিয়া বজাৰ ভৰি পৰিছে মোডী ব্ৰেণ্ডেৰে
গুৱাহাটী মহানগৰতো এতিয়া হোলীৰ বজাৰত যেন গেৰুৱা প্ৰভাৱ পৰিছে । মোডীময় হৈ পৰিছে গুৱাহাটীৰ বজাৰসমূহ । গ্ৰাহকৰ মাজতো এতিয়া যথেষ্ট সমাদৰ লাভ কৰিছে এই মোডী ব্ৰেণ্ডৰ সামগ্ৰীসমূহে ।

Intro:VO...দেশত এতিয়া নিৰ্বাচনৰ বতৰ ।চৌকিদাৰ মোদিৰ পৰা ফাকুৱাৰ ৰঙলৈকে সকলোতে মোদীৰ ব্যাপক চৰ্চা ।ৰঙৰ উৎসৱ হোলীলৈ মাজত মাথোঁ এটা দিন বসন্ত আৰু নিৰ্বাচনৰ বতৰত এইবাৰ চাহিদা বৃদ্ধি পাইছে মোদী বেণ্ডে ।

PTC

মহানগৰীৰ প্ৰায় সমূহ বজাৰত এতিয়া আবিৰৰ ৰঙ ।বজাৰত উপলব্ধি হৈছে নানা ৰঙী আবিৰ,ৰঙীন চকলেট,টুপী, লগতে এতিয়া বজাৰত উপলব্ধ হৈছে মোদী মূখা আৰু মোদী ফিছকাৰী ।সমান্তৰালভাৱে নিৰ্বাচনী বতাহ বলিছে হোলীৰ বজাৰতো ।লোকসভা নিৰ্বাচনক লৈ মাজত মাথোঁ নাই এটা মাহো ।গতিকে এতিয়া হোলীৰ বজাৰতো এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ চলিছে ।মহানগৰীৰ হোলীৰ বজাৰত যেন গেৰুৱা প্ৰভাৱ পৰিছে ।সকলো মোদীময় হৈ পৰিছে ।

বাইট

হোলীৰ বজাৰত এতিয়া ৰাইজৰ বিশেষ আকৰ্ষণ ৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এই মোদী বেণ্ড ‌।বজাৰত সকলোৱে বিচাৰিছে মোদী বেণ্ডৰ সামগ্ৰী ।

Body:লিপিকা ডেকা ।

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.