ETV Bharat / city

চুপাৰি মাফিয়া-আৰক্ষী বিষয়াৰ বৈঠক: দিছপুৰ থানাত এজাহাৰ কৃষক মুক্তিৰ - গুৱাহাটী

গুৱাহাটীৰ পঞ্চতাৰকা হোটেল তাজ ভিভাণ্টাত চুপাৰি ছিণ্ডিকেট চক্ৰৰ সৈতে আৰক্ষী বিষয়াৰ পাঁচ আগষ্টত হোৱা গোপন বৈঠকৰ তদন্ত বিচাৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

চুপাৰি মাফিয়া আৰু আৰক্ষী বিষয়াৰ গোপন বৈঠকৰ তদন্ত বিচাৰি দিছপুৰ থানাত এজাহাৰ
author img

By

Published : Aug 17, 2019, 8:19 AM IST

গুৱাহাটী, 17 আগষ্টঃ ৫ আগষ্টত হোটেল তাজ ভিভাণ্টাত চুপাৰি মাফিয়া আৰু কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াই গোপনে বৈঠকত মিলিত হোৱাৰ অভিযোগ কৃষক মুক্তিৰ । এই বৈঠকৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ৷ এজাহাৰত তিনিজন আৰক্ষী অধীক্ষকৰ নাম উল্লেখ কৰিছে কৃষক মুক্তিয়ে ।

KMSS file FIR aginst Supari Syndicate
চুপাৰি মাফিয়া আৰু আৰক্ষী বিষয়াৰ গোপন বৈঠকৰ তদন্ত বিচাৰি দিছপুৰ থানাত এজাহাৰ

অভিযোগ অনুসৰি তিনিজন আৰক্ষী অধীক্ষকৰ লগতে এজন আৰক্ষী মহাপৰিদর্শকো উপস্থিত আছিল এই বৈঠকত । উল্লেখযোগ্য যে ইণ্ডোনেছিয়া আৰু ম্যানমাৰৰ পৰা সম্পূৰ্ণ অবৈধ ভাবে চুপাৰি কঢ়িয়াই আনি ভাৰতৰ বিভিন্ন ৰাজ্যত থকা কোম্পানী সমূহক যোগান ধৰি আহিছে একাংশ চুপাৰি মাফিয়াই । অসমত যাতে এই ছিণ্ডিকেট সহজ ভাবে চলাই যাব পাৰি তাৰ বুজাবুজিৰ বাবেই হোটেল তাজ ভিভাণ্টাত চুপাৰি মাফিয়া আৰু আৰক্ষী বিষয়া সকল বৈঠকত মিলিত হোৱাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ৷

Intro:চুপাৰি ফাফিয়া আৰু আৰক্ষী বিয়াৰ গোপন বৈঠকৰ তদন্ত বিচাৰি দিছ্পুৰ থানাত এজাহাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।Body:যোৱা ৫ আগষ্টত পঞ্চ তাৰকা হোটেল তাজ ভিভাণ্টাত চুপাৰি মাফিয়া আৰু কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া গোপন বৈঠক কৰা অভিযোগ কৃষমুক্তিৰ । আনহাতে এজাহাৰ খনত তিনিজন আৰক্ষী অধীক্ষক নাম উল্লেখ কৰিছে কৃষক মুক্তিয়ে । অভিযোগ অনুসৰি ব্যৰ্থকত তিনিজন আৰক্ষী অধীক্ষৰ লগতে এজন আৰক্ষী মহাপৰিদর্শক উপস্থিত আছিল । উল্লেখযোগ্য যে ইণ্ডোনেছিয়া আৰু ম্যানমাৰ পৰা সম্পূৰ্ণ অবৈধ ভাবে চুপাৰি কঢ়িয়াই আনি ভাৰতৰ বিভিন্ন ৰাজ্যত থকা গোটকা কোম্পেনী সমূহক যোগান ধৰি আহিছে একাংশ চুপাৰি মাফিয়াই । Conclusion:অসমত যাতে এই ছিণ্ডিকেট সহজ ভাবে চলাই যাব পাৰি তাৰে বুজাবুজিৰ ভাবে হোটেল তাজ ভিভাণ্টাত মিলিত হৈছিল চুপাৰি মাফিয়া আৰু আৰক্ষী বিষয়া সকল ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.