ETV Bharat / city

আইটিবিপি জোৱানৰ ৰহস্যজনক মৃত্যু - উচ্চ ৰক্তচাপ ৰোগ

আইটিবিপি জোৱানৰ ৰহস্যজনক মৃত্যু
author img

By

Published : Jun 10, 2019, 1:49 PM IST

Updated : Jun 10, 2019, 7:12 PM IST

2019-06-10 13:31:00

মৃত মণিৰাম মধ্যপ্ৰদেশৰ বাসিন্দা

গুৱাহাটী, 10 জুন : গুৱাহাটী মহানগৰীৰ গেমছ ভিলেজত সংঘটিত হৈছে এক অঘটন ৷ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছে মণিৰাম নামৰ 33 নম্বৰ বেটেলিয়ানৰ কনিষ্টবলজনে ৷ মধ্যপ্ৰদেশৰ মণিৰাম উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে চিকিৎসাধীন হৈ আছিল ৷ 

গেমছ ভিলেজৰ 6 নম্বৰ মহলাৰ পৰা হঠাৎ পৰি যোৱাত জোৱানজনৰ মৃত্যু হয় ৷ বশিষ্ঠ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷ 

মহানগৰীৰ গেম ভিলেজত অঘটন । 6 নম্বৰ মহলাৰ পৰা পৰি ITBP ৰ জোৱানৰ ৰহস্যজনক মৃত্যু । 33 নম্বৰ বেটেলিয়ানৰ কনষ্টেবল আছিল জোৱান জন । মৃত জোৱান জন মধ্যপ্ৰদেশৰ মণিৰাম । ITBP  ৰ জোৱান জন গেম ভিলেজে ৰ উইনিত মেডিকেলত চিকিৎসাধীন হৈ আছিল । উচ্চ ৰক্তচাপ জনিত ৰোগত চিকিৎসাধীন হৈ আছিল । বশিষ্ঠ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তদন্তৰ আৰম্ভ কৰিছে ।
Last Updated : Jun 10, 2019, 7:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.