ETV Bharat / city

গুৱাহাটী বিমান বন্দৰ প্ৰাধিকৰণৰ মহিলা কল্যাণ শাখাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ - ইতিমধ্যে সাজু কৰি তুলিছে প্ৰায় তিনি হাজাৰ মাস্ক

গুৰুত্বপূৰ্ণ পদক্ষেপ গুৱাহাটী বিমান বন্দৰ প্ৰাধিকৰণৰ মহিলা কল্যাণ শাখাৰ ৷ দুখীয়া লোকৰ মাজত বিতৰণ কৰিব দহ হাজাৰ মাস্ক ৷

গুৱাহাটী বিমান বন্দৰ প্ৰাধিকৰণৰ মহিলা কল্যাণ শাখা
দহ হাজাৰ মাস্ক বিতৰণৰ পদক্ষেপ
author img

By

Published : Apr 7, 2020, 5:53 PM IST

গুৱাহাটী, 7 এপ্ৰিল গুৱাহাটীস্থিত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ মহিলা কল্যাণ শাখাই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ মহিলা কল্যাণ শাখাই ঘৰুৱা সহায়িকা, চাফাই কৰ্মী, বাহন চালক আৰু অন্য়ান্য় লোকৰ মাজত বিতৰণ কৰিব প্ৰায় দহ হাজাৰ মাস্ক ।

দুখীয়া লোকৰ মাজত বিতৰণ কৰিব দহ হাজাৰ মাস্ক
গুৱাহাটী বিমান বন্দৰ প্ৰাধিকৰণৰ মহিলা কল্যাণ শাখাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ইতিমধ্যে প্ৰায় তিনি হাজাৰ মাস্ক সাজু কৰি তুলিছে মহিলা কল্যাণ শাখাই ৷ ইয়াৰ বাবে অতি ক্ষিপ্ৰতাৰে মাস্কসমূহ প্ৰস্তুত কৰি তুলিছে শাখাটোৰ কৰ্মীসকলে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.