পলাশবাৰী, 20 জুলাইঃ বানবিধ্বস্ত পলাশবাৰী অঞ্চলত উপস্থিত হয় ভাৰতীয় সেনাৰ এটি দল ৷ দেশবাসীৰ বিপদৰ সময়ত সততে ঠিয় দি অহা ভাৰতীয় স্থল সেনাই অঞ্চলটোৰ ৰাইজৰ মাজত খাদ্য সামগ্ৰীকে ধৰি বিতৰণ কৰে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী ৷ সেনাৰ দলটোৱে নিজেই বনাই অনা খাদ্য বানপীড়িতৰ মাজত বিতৰণ কৰে ৷
ভাৰতীয় সেনাই বিতৰণ কৰিলে সাহাৰ্য্য সামগ্ৰী - বান সাহাৰ্য্য
বানবিধ্বস্ত পলাশবাৰীত উপস্থিত হৈ ভাৰতীয় সেনাই বিতৰণ কৰে খাদ্যসামগ্ৰীকে ধৰি অন্যান্য নিতান্ত প্ৰয়োজনীয় সামগ্ৰী ৷
বানপীড়িতৰ কাষত ভাৰতীয় স্থলসেনা
পলাশবাৰী, 20 জুলাইঃ বানবিধ্বস্ত পলাশবাৰী অঞ্চলত উপস্থিত হয় ভাৰতীয় সেনাৰ এটি দল ৷ দেশবাসীৰ বিপদৰ সময়ত সততে ঠিয় দি অহা ভাৰতীয় স্থল সেনাই অঞ্চলটোৰ ৰাইজৰ মাজত খাদ্য সামগ্ৰীকে ধৰি বিতৰণ কৰে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী ৷ সেনাৰ দলটোৱে নিজেই বনাই অনা খাদ্য বানপীড়িতৰ মাজত বিতৰণ কৰে ৷
Intro:পলাশবাৰীত ভাৰতীয় সেনাই বিতৰন কৰিলে বান সাহাৰ্য্য ।Body:Ocvo .কেৱল দেশৰক্ষাতেই বৰ্তী নাথাকে ভাৰতীয় সেনা । দেশৰক্ষাৰ ওপৰিও বহুতো মানৱসেৱাত জড়িত থাকে ভাৰতীয় সেনা বাহিনী । দেশসেৰক্ষাৰ ওপৰিও ভাৰতীয় সেনাই পলাশবাৰীত বিতৰন কৰিলে বান সাহাৰ্য্য । পলাশবাৰীত ভাৰতীয় সেনাৰ এটা দলে বিতৰন কৰিলে খাদ্য । ভাৰতীয় সেনাই নিজে বনাই অনা খাদ্য বিতৰন কৰিলে বানাক্ৰান্ত ৰাইজৰ মাজত । পলাশবাৰীত যোৱা এসপ্তাহ ধৰি বানত ককবকাই থকা লোকৰ মাজত আজি ভাৰতীয় সেনা উপস্থিত হৈ বানাক্ৰান্ত লোকসকসকলোক বিভিন্ন খাদ্য বিতৰন কৰি কিছু সকাহ প্ৰদান কৰে । Conclusion:ভাৰতীয় সেনাৰ দেশৰক্ষাৰ লগতে মানৱপ্ৰেমৰ এই দৃশ্যই সকলোকে মুহিত কৰিলে ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam