ETV Bharat / city

অখিল গগৈৰ জামিন আবেদনৰ শুনানি সম্পন্ন

author img

By

Published : Nov 19, 2020, 8:53 PM IST

বৃহস্পতিবাৰে সম্পন্ন হয় অখিল গগৈৰ জামিন আবেদনৰ শুনানি ৷ ভিডিঅ' কন্ফাৰেন্স যোগে কৃষক নেতাগৰাকীৰ শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ ৮ ডিচেম্বৰত NIAৰ পক্ষৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব আদালতে।

hc-akhil-gogoi-hearing
অখিল গগৈৰ জামিন আবেদনৰ শুনানি সম্পন্ন

গুৱাহাটী, 19 নৱেম্বৰ : গুৱাহাটী উচ্চ ন্যায়ালয়ত বৃহস্পতিবাৰে সম্পন্ন হয় অখিল গগৈৰ জামিন আবেদনৰ শুনানি ৷ ভিডিঅ' কন্ফাৰেন্স যোগে কৃষক নেতাগৰাকীৰ শুনানি গ্ৰহণ কৰে আদালতে ৷ অখিল গগৈৰ বিৰুদ্ধে NIAৰ 39/19 নম্বৰৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া সম্পন্ন হয় বৃহস্পতিবাৰে ৷ আজিৰ শুনানিৰ অন্তত ৮ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চ ন্যায়ালয়ে ৷ ৮ ডিচেম্বৰত NIAৰ পক্ষৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব আদালতে।

অখিল গগৈৰ জামিন আবেদনৰ শুনানি সম্পন্ন

NIAৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা নিয়োগৰ অনুমতি বিচাৰিছিল আদালতত। যাৰ পাছতে আদালতে NIAক উচ্চতম ন্যায়ালয়ৰ অধিবক্তা নিয়োগৰ অনুমতি প্ৰদান কৰিছে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতি,ছিণ্ডিকেটৰ মহানায়ক আছিল হিমন্তঃ প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.