ETV Bharat / city

ৰাজ্যপালে ভংগ কৰিলে লকডাউনঃ ছচিয়েল মিডিয়াত সৰৱ হাগ্ৰামা !

author img

By

Published : May 20, 2020, 3:46 PM IST

হাগ্ৰামাই লিখা পোষ্টটোত উল্লেখ কৰা অনুসৰি, 65 বছৰ বয়সৰ ঊৰ্ধৰ ৰাজ্যপালে নিজৰ গৃহত সোমাই থকাৰ বিপৰীতে কোকৰাঝাৰ ভ্ৰমণ কৰাই নহয়, বিভিন্ন সামাজিক-ৰাজনৈতিক সংস্থাৰ 29 গৰাকীকৈ ব্যক্তিৰ সৈতে আলোচনাত মিলিত হোৱাৰ দিশটোও আঙুলিয়াই দিয়ে ৷

ছচিয়েল মিডিয়াত সৰৱ হাগ্ৰামা
ছচিয়েল মিডিয়াত সৰৱ হাগ্ৰামা

নিউজ ডেস্ক, 20 মে' : বিটিচি ভ্ৰমণৰ পিচতেই ৰাজ্যপালক লৈ সৰৱ হৈ পৰিছে বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰী ৷ যোৱাকালি ৰাজ্যপাল জগদীশ মুখীয়ে কোকৰাঝাৰ ভ্ৰমণ কৰাৰ লগতে বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল ৷ এই ঘটনাৰ পিচতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হাগ্ৰামাই ৷

হাগ্ৰামাই ৰাজ্যপালৰ বিৰুদ্ধে ফেচবুকযোগে লকডাউনৰ নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে কোনো ঘটনা সংঘটিত হ'লে তাৰ দায়িত্ব কোনে ল'ব তাক লৈ প্ৰশ্নৰ উত্থাপন কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে জাৰী কৰা লকডাউনৰ নিয়মৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যপালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে হাগ্ৰামাই ৷ 65 বছৰৰ ঊৰ্ধৰ ব্যক্তিৰ চলাচলৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে জাৰী কৰা নিষেধাজ্ঞা ৰাজ্যপালে ভংগ কৰিছে বুলি উল্লেখ কৰে হাগ্ৰামাই ৷ এইক্ষেত্ৰত চৰকাৰ তথা গৃহমন্ত্ৰালয়ৰ পৰা স্পষ্টীকৰণ বিচাৰি হাগ্ৰামাই নিজৰ ফেচবুক পেজৰ পৰা এক পোষ্ট শ্বেয়াৰ কৰিছে ৷

হাগ্ৰামাই ফেচবুকত লিখা পোষ্টটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.