ETV Bharat / city

বৰ্ষাপাৰাত অত্যাধুনিক জিমনেচিয়ামৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ

author img

By

Published : Sep 15, 2020, 9:42 AM IST

মহানগৰীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম কমপ্লেক্সত তৈয়াৰ হ'ব একোটাকৈ অত্যাধুনিক জিমনেচিয়াম আৰু অভ্যৰ্থনা কক্ষ্য । সোমবাৰে সমাপন কৰা হয় এই প্ৰকল্প দুটাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ ।

GYMNASIUM INGRATIATION  AT BARSHAPARA STADIUM
বৰ্ষাপাৰাত অত্যাধুনিক জিমনেচিয়ামৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ

গুৱাহাটী,15 ছেপ্তেম্বৰ: মহানগৰীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম কমপ্লেক্সত হ’ব লগা এই প্ৰকল্পৰ সোমবাৰে আধাৰশিলা স্থাপন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই । লগতে অনুষ্ঠানত উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত, সম্পাদক দেৱজিৎ শইকীয়া আৰু সন্থাৰ আন আন বিষয়ববীয়া সকল ।

৬০ লাখ টকা ব্যয়ৰে নিৰ্মান হ'বলগীয়া জিমনেচিয়ামটোত থাকিব খেলৰ অত্যাধুনিক সা-সৰঞ্জাম । ৬ মাহৰ ভিতৰতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে অসম ক্ৰিকেট সন্থাই । সন্থাৰ নেতৃত্বই জানিবলৈ দিয়া অনুসৰি ক্ৰিকেটৰ বাদেও অন্যান্য খেলুৱৈসকলেওঁ ব্যৱহাৰ কৰিব পাৰিব এই জিমনেচিয়াম । নিৰ্মাণ হ’ব লগা এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ অন্তত প্ৰতিগৰাকী খেলুৱৈয়ে অধিক লাভদায়ক হ'ব বুলি সন্থাই কৰিলে উল্লেখ ।

লগতে পঢ়কঃ নিৰাপত্তাৰক্ষীয়ে গতিয়ালে স্থানীয় যুৱককঃ উত্তপ্ত বাঘজান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.